উত্তৰ-পূব

দেশত এদিনতে কোভিডত আক্ৰান্ত ৯৭ হাজাৰৰো অধিক লোক

আমেৰিকা, ব্ৰাজিল আদি দেশৰ দৰেই ভাৰতত এতিয়া নিতৌ কোভিচত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে। দেশত বিগত ২৪ ঘণ্টাত...

Read moreDetails

ডিব্ৰুগড়ত বন বিভাগে পিঞ্জৰাৱদ্ধ কৰিলে এটা মাইকী নাহৰফুটুকী

ডিব্ৰুগড়ৰ ছেপন চাহ বাগিছাৰ আশে পাশে বিগত দহদিন ধৰি বিচৰণ কৰি থকা এটা মাইকী নাহৰফুটুকী বাঘ অৱশেষত উদ্ধাৰ কৰা হয়।...

Read moreDetails

অঘটনৰ পিছত ব্ৰিটেইনত পুনৰ আৰম্ভ হ’ল অক্সফোৰ্ডৰ ভেকচিনৰ পৰীক্ষণ

প্ৰতিকাৰহীন ৰোগ কোভিডৰ ভেকচিন আবিষ্কাৰ কৰিও হঠাতে থমকি ৰ’বলগীয়া হৈছে অক্সফোৰ্ড বিশ্ববিদ্যালয়-এষ্ট্ৰাজেনিকাৰ বিশেষজ্ঞ সকল। কোভিডৰ ভেকচিনৰ ক্ষেত্ৰত বহু পৰিমাণে আশাৰ...

Read moreDetails

অসমত ২১৩২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৮২ শতাংশ

২১৩২গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। পজিটিভৰ হাৰ হৈছে ৬.৮২ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩১,২৫৩টা টেষ্টত এইসকল ব্যক্তিক...

Read moreDetails

অসমত আৰু ২৩ ক’ভিড ৰোগীৰ মৃত্যু, পাঁচশৰ দিশে মুঠ মৃতকৰ সংখ্যা

আৰু ২৩গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৫৩লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ এইসকল ক’ভিড ৰোগীয়ে...

Read moreDetails

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰসহ চোৰাংচিকাৰী গ্ৰেপ্তাৰ

বন বিভাগে শনিবাৰে অস্ত্ৰসহ এজন চোৰাংচিকাৰীক নামেৰি ৰাষ্ট্ৰীয় উদ্যানত গ্ৰেপ্তাৰ কৰিছে। চোৰাংচিকাৰীজনক দেজি খাকলাৰী বুলি চিনাক্ত কৰা হৈছে। সন্ধিয়া ৰাষ্ট্ৰীয়...

Read moreDetails

অৰুণাচল প্ৰদেশত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান ক’লা ভালুক

অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হৈছে দুটাকৈ দুষ্প্ৰাপ্য হিমালয়ান ক’লা ভালুক। শনিবাৰে ৰাজ্যখনৰ টিৰাপ জিলাৰ ডেডাম অৰণ্যাঞ্চলত স্থানীয় লোকে উদ্ধাৰ কৰে...

Read moreDetails

নিৰ্বাচন সমাগত! : এইবাৰ অসমবাসীলৈ প্ৰতিশ্ৰুতিৰ খৰস্ৰোতা বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সমাগত ২০২১ৰ বিধান সভাৰ নিৰ্বাচন। সেই উদ্দেশ্যে এতিয়া আঁচনিৰ বানপানী বোৱাইছে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে ঘোষিত ১৫...

Read moreDetails

মঞ্চলৈ উঠি গৈ মন্ত্ৰীৰ চুলি কাটিলে যুৱকে, তাৰ পিছতে উদয় হ’ল ভাগ্য! কিদৰে?

এজন যুৱক ,নাম ৰোহিদাস। মধ্যপ্ৰদেশৰ এইগৰাকী যুৱকে আজি এটা বৰ ডাঙৰ কাম কৰিলে। মধ্যপ্ৰদেশৰ খাণ্ডোৱা জিলাৰ গুলাইমাল অঞ্চলত চলি আছিল...

Read moreDetails

বিটিচি নিৰ্বাচনত শেষ হাঁহি নামাৰিলে চিৰদিনৰ বাবে ৰাজনীতিক বিদায় দিব সাংসদ নৱ শৰণীয়াই

সমাগত বিটিচি নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰধানতঃ বিপিএফ, য়ুপিপিএল, আৰু গণ সুৰক্ষা পাৰ্টীৰ মাজত নিৰ্বাচনত জয়ী হোৱাৰ বাবে ইতিমধ্যে...

Read moreDetails
Page 3036 of 6180 1 … 3,035 3,036 3,037 … 6,180

Stay Connected

Recent News