• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান্দৰ কূলক মৌলিক অধিকাৰ দিবলৈ গণভোটৰ আয়োজন কৰিছে এইখন দেশে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 18, 2020 9:51 am

2 min read

Hylobates_lar_pair_of_white_and_black_01-700x450

প্ৰতিনিধিত্বমূলক ফটো।

476
VIEWS
Share on FacebookShare on Twitter

যিকোনো দেশৰ সাংবিধানত সেই দেশৰ নাগৰিকসকলৰ বাবে ‘মৌলিক অধিকাৰ’ৰ ধাৰা সন্নিৱিষ্ট থাকে। কিন্তু বন্যপ্ৰাণীৰ বাবে এই ধাৰা প্ৰযোজ্য কৰিবলৈ প্ৰথমবাৰৰ বাবে আগ্ৰহী হৈ পৰিছে এখন দেশ।

বন্য প্ৰাণীৰ ধ্বংস  প্ৰতিৰোধৰ বাবে দেশখনৰ চৰকাৰে বান্দৰ কূলক মৌলিক অধিকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাধাৰণতে এনে এক বিৰল সিদ্ধান্তৰ কথা ঘোষণা কৰিছে চুইজাৰলেণ্ড চৰকাৰে।

বাতৰি অনুসৰি দেশৰ জনসাধাৰণৰ গণভোটৰ দ্বাৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিশ্বৰ বিভিন্ন দেশৰ দৰে ভূস্বৰ্গ খ্যাত চুইজাৰলেণ্ডতো বন্যপ্ৰাণীৰ ওপৰত নিৰ্যাতন, বন্য প্ৰাণীৰ হত্যা আদি অব্যাহত আছে।

একাংশ লোকৰ জিঘাংসাৰ চিকাৰ হৈ প্ৰায় বিলুপ্তিৰ পথত আগবাঢ়িছে বিৰল প্ৰজাতিৰ বন্য প্ৰাণীসমূহ।

চুইজাৰলেণ্ড চৰকাৰে বন্য প্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।

বাতৰি অনুসৰি, বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী সমূহ তথা বান্দৰ কূলক ৰক্ষা কৰিবলৈ চুইজাৰলেণ্ডৰ বাছেল চহৰৰ উত্তৰ কেন্টন অঞ্চলত প্ৰায় এক লাখ মানুহৰ পৰা স্বাক্ষৰ লৈছে। ইয়াৰ লক্ষ্য হৈছে যাতে বন্যপ্ৰাণীসকলৰ মৌলিক অধিকাৰে দেশখনত বিধিগত স্বীকৃতি পায়।

সেইদৰে, চৰকাৰৰ কোনো অনুমতি নোহোৱাকৈ যদি জন্তু চিকাৰ বা হত্যা কৰা কাৰ্যত লিপ্ত হয় তেতিয়াহ’লে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।

চৰকাৰ এনে পদক্ষেপৰ বিৰুদ্ধে চুইজাৰলেণ্ডৰ শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰা হৈছিল যদিও আদালতে সেইখন নাকচ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd