উত্তৰ-পূব

ক’ভিড আৰোগ্যৰ হাৰত দেশৰ চতুৰ্থ অসম, নতুনকৈ চিকিৎসালয়ৰ পৰা মুকলি ১২৪৮

অসম ক’ভিড আৰোগ্যৰ হাৰেৰে দেশৰ চতুৰ্থ স্থানত আছে। অসম (৭৬%)ৰ আগত আছে হাৰিয়ানা (৭৮), লাডাখ (৮০) আৰু দিল্লী (৮৮)। স্বাস্থ্য...

Read moreDetails

আন্তঃগাঁথনিৰ অভাৱে শিক্ষা নীতি অসাৰ কৰিব: আছু

সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰই গ্ৰহণ কৰা নতুন শিক্ষা নীতি ২০২০ সন্দৰ্ভত বৃহস্পতিবাৰে কয় যে তলৰ পৰা ওপৰলৈ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ...

Read moreDetails

অসমত ২১১২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.১৪%

২১১২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰ জিলাৰ ২৮৩, নগাঁৱৰ ২১১, কামৰূপৰ ২১০ আৰু...

Read moreDetails

অসমত আৰু দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৯৪লৈ বৃদ্ধি

আৰু দুগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত বৃহস্পতিবাৰে প্ৰাণ হেৰুৱাইছে। অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৪গৰাকীলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে মৃত্যু হোৱা...

Read moreDetails

ৰাজ্যৰ পৰা বিজেপি-মিত্ৰজোঁটক ওফৰাবলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বান

আঞ্চলিকতাবাদৰ নেতৃত্ব দি অগপক বিজেপিৰ নেগুৰলৈ পৰিণত কৰা অসম গণ পৰিষদৰ সভাপতি তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই শাসনৰ গাদী...

Read moreDetails

নতুন শিক্ষা নীতিৰে ভাৰতীয় শিক্ষা ব্যৱস্থা বাণিজ্যিকীকৰণ, ব্যক্তিগতকৰণ আৰু গেৰুৱাকৰণ কৰিলে : ছাত্ৰ মুক্তি

প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যালয়লৈকে সমগ্ৰ দেশৰে শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে সলনি কৰি এক নতুন ৰূপ দিলে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।...

Read moreDetails

লিডুত এন এছ চি এন (আই এম) কেডাৰ আটক

ভাৰতীয় সেনাৰ গাৰোৱাল ৰেজিমেণ্টে বৃহস্পতিবাৰে তিনিচুকীয়াৰ লিডুত এন এছ চি এন (আই এম)ৰ এজন কেডাৰ কৰায়ত্ত কৰে। আটকাধীন এন এছ...

Read moreDetails

১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত ১৬০০ নিবনুৱা

২০১৯ বৰ্ষৰ ১৩ জুনত ওলোৱা বিজ্ঞাপনৰ ভিত্তিত নৱগঠিত ২০০ খন বিদেশী ন্যায়ধীকৰণৰ বাবে ১৬০০ নিৰ্বাচিত মেধাবী নিবনুৱা ১০ মাহে নিযুক্তিৰ পৰা...

Read moreDetails

কামৰূপ মহানগৰৰ ঈদগাহ, মছজিদত পাঁচজনকৈ ব্যক্তিক ৰাজহুৱা নামাজৰ অনুমতি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে আগন্তুক ঈদ-উজ-জোহাত ঈদগাহ, মছজিদসমূহত পাঁচজনকৈ ব্যক্তিক ৰাজহুৱা নামাজৰ অনুমতি দিছে। ক’ভিড-১৯ৰ পৰিস্থিতিৰ বাবে কেৱল পাঁচজনকৈ ব্যক্তিক...

Read moreDetails
Page 3201 of 6182 1 … 3,200 3,201 3,202 … 6,182

Stay Connected

Recent News