• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম মন্দিৰ নিৰ্মাণত নৰেন্দ্ৰ মোদীৰ একো অৰিহনা নাই : কাৰণ দৰ্শাই আৰ.পি. শৰ্মাৰ বহু বিস্ফোৰক মন্তব্য

ৰাম মন্দিৰৰ ভূমিপুজন পূৰ্বেও হৈছিল; কংগ্ৰেছক ৰাম মন্দিৰৰ কৃতিত্ব দিলে আৰ পিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2020 8:23 pm
Ram Prasad Sarmah Ram mandir
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অযোধ্যাত হ’ব ঐতিহাসিক ৰাম মন্দিৰৰ ভূমিপূজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ভূমিপূজন অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব।

তেনে সময়তে মোদীৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই।

Apply Now

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাম মন্দিৰ নিৰ্মাণত কোনোধৰণৰ অৰিহণা নাই বুলি আৰ. পি শৰ্মাই দাবী কৰাৰ লগতে মোদীৰ সলনি এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰবীণ বিজেপি নেতা লাল কৃষ্ণ আদৱানিক নিমন্ত্ৰণ দিব লাগিছিল বুলি সদৰি কৰে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শৰ্মাই কয় ‘ভূমিপূজন অনুষ্ঠানত মুখ্য অতিথি হ’ব লাগিছিল লালকৃষ্ণ আদৱানি। তেওঁৰ হাতৰেহে ভূমিপূজন আৰম্ভ কৰিব লাগিছিল।ৰাম মন্দিৰ নিৰ্মাণত নৰেন্দ্ৰ মোদীৰ একো অৰিহণা নাই। তেওঁ ১৯৯২ চনত হোৱা ৰথযাত্ৰাত লাল কৃষ্ণ আদৱানিৰ ৰথত আহিছিল। তেওঁৰ কোনো কৃতিত্ব নাই।‘

ইপিনে, নৰেন্দ্ৰ মোদীৰ অৰিহণা অথবা কৃতিত্ব নথকাৰ কাৰণ বাখ্যা কৰে আৰ পি শৰ্মাই।

তেওঁ প্ৰথমটো কাৰণ বাখ্যা কৰি কয় ‘ভূমিপূজনৰ মূল হৰ্তাকৰ্তা হ’ব লাগিছিল বেলেগ কেইগৰাকীমান ব্যক্তি। নৰেন্দ্ৰ মোদী বিশেষ নহয়। এল কে আদোৱানি, তাহানিৰ উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী কল্যাণ সিং, উমা ভাৰতী আৰু মনোহৰ যোশীহে হৰ্তা-কৰ্তা হ’ব লাগিছিল।’

দ্বিতীয়তে তেওঁ কয় ‘প্ৰায় ৭০ বছৰ ধৰি আদালতত গোচৰ চলি আছিল। সেই গোচৰ চলি অৱশেষত উচ্চতম ন্যায়ালয়ে ৰায় দিলে। পুৰাতত্ব বিভাগৰ প্ৰতিবেদন, সাক্ষীবাদী লৈ উচ্চতম ন্যায়ালয়ে ৰায়দান দিলে। এইটো এটা ন্যায়িক সিদ্ধান্ত হয়। এইক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ কোনো ধৰণৰ অৰিহণা নাই।‘

তাৎপৰ্যপূৰ্ণভাৱে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আওপকীয়াকৈ হ’লেও কংগ্ৰেছৰ কৃতিত্ব থকা বুলি শৰ্মাই দাবী কৰে।

তেওঁ কয় ‘এইবাৰ দ্বিতীয়বাৰলৈ ভূমিপূজন হ’ব। ৰাম মন্দিৰৰ ভূমিপূজন ১৯৮৯ চনতে এবাৰ হৈছিল। ১৯৮৬ চনত মন্দিৰটো নিৰ্মাণ কৰি দিছিল তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে। ১৯৪৯ চনত জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়ত ৰামৰ মূৰ্তি স্থাপন কৰা হৈছিল।‘

ইপিনে, বিজেপিয়ে কংগ্ৰেছৰ দিনৰ কামবোৰৰ নিজেই কৃতিত্ব ল’বলৈ বিচাৰে বুলি অভিযোগ তুলি শৰ্মাই কয়, ‘বিজেপিৰ এতিয়া ‘আমি অকলে খাম, অকলে সকলো কৰিম’ অৱস্থা হৈছে। শদিয়াৰ ধলা-শদিয়া দলং কংগ্ৰেছে বনালে আৰু বিজেপিয়ে উন্মোচন কৰি বিজেপিয়ে বনোৱা বুলি প্ৰচাৰ চলালে।‘

আনহাতে, ৰাম মন্দিৰৰ ভূমিপূজন ক’ৰ’ণা কাল যোৱাৰ পাছতহে হ’ব লাগিছিল বুলি উল্লেখ কৰি শৰ্মাই কয় ‘জ্যোতিষীসকলেও কৈ আছে এতিয়া ভদ্ৰকাল চলি আছে, সময়ো বেয়া গতিকে আধাৰশিলা স্থাপন কৰিব নালাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd