উত্তৰ-পূব

ৰাজভৱনত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি

ক’ৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে গুৱাহাটীৰ উজানবজাৰস্থিত ৰাজভৱনত। ৰাজভৱনত ইজনৰ পিছত সিজনকৈ লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাত সমগ্ৰ চৌহদটোত ত্ৰাসৰ...

Read moreDetails

ৰাজ্যত নতুনকৈ ১০১৮গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৫৭৭গৰাকী

ৰাজ্যখনত দেওবাৰে নতুনকৈ আৰু ১০১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫৭৭ গৰাকী।...

Read moreDetails

অসম আৰক্ষীত মুঠ ৮৬৯ ক’ভিড আক্ৰান্ত, আৰোগ্য ৪৮৪

৮৬৯গৰাকী অসম আৰক্ষীৰ লোক দেওবাৰলৈকে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰে ৪৮৪গৰাকীয়ে ইতিমধ্যে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে। ক’ভিড১৯ত অসম আৰক্ষীৰ...

Read moreDetails

আনলক গুৱাহাটী: দোকান, প্ৰতিষ্ঠানত তাৎক্ষণিকভাৱে বাধ্যতামূলক নহয় ক’ভিড টেষ্টৰ ৰিপ’ৰ্ট

গুৱাহাটীত ২০ জুলাইৰ পৰা হ’ব লগা আনলক-১ত খুলিবলৈ অনুমতি দিয়া দোকান, প্ৰতিষ্ঠানসমূহে তাৎক্ষণিকভাৱে ক’ভিড১৯ টেষ্টৰ ৰিপ’ৰ্ট প্ৰদৰ্শন কৰিব নালাগে। কামৰূপ...

Read moreDetails

ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতত উটি যোৱা তিনি কিশোৰক উদ্ধাৰ কাজিৰঙাৰ বন কৰ্মীৰ

ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতত উটি যোৱা তিনিজন কিশোৰক আজি বিয়লি ব্ৰহ্মপুত্ৰৰ পৰা কোনো মতে উদ্ধাৰ কৰে কাজিৰঙাৰ বনকৰ্মীয়ে৷ বনকৰ্মীয়ে জনোৱা...

Read moreDetails

অসন্তুষ্ট বি চি চি আই; পদত্যাগ কৰিবলৈ কোৱা হ’ল ছবা কৰিমক

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ মহাপ্ৰৱন্ধক ছবা কৰিমক নিজৰ...

Read moreDetails

১৬ হাজাৰৰ সীমা অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, দেওবাৰে মুকলি ৮৫৮

৮৫৮গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই দেওবাৰে ১৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে মুঠ ১৬,০২৩গৰাকী...

Read moreDetails

শিৱসাগৰত ক’ভিড-১৯ৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণত আছে : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি বিয়লি শিৱসাগৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীজনে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন বিভাগীয়...

Read moreDetails

“Kind Attention মুখ্যমন্ত্ৰী মহোদয়! : বিস্ফোৰক বাক্যৰে পুনৰ মুখ্য মন্ত্ৰীলৈ চিঠি অভিজিত শৰ্মাৰ

বহু কেইটা বিস্ফোৰক অভিযোগৰে ভৰপূৰ বাক্যৰে মুখ্যমন্ত্ৰীলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ কৰিছে APW ৰ সভাপতি অভিজিত শৰ্মাই। নৰ্থ ইষ্ট নাওৰ হাতত...

Read moreDetails

অসমত ক’ভিডত আৰু চাৰিগৰাকীৰ মৃত্যু, মুঠ ৫৭লৈ বৃদ্ধি

চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত দেওবাৰে প্ৰাণ হেৰুৱাইছে। ক’ভিডত মৃত্যু হোৱা লোককেইগৰাকী হ’ল কামৰূপ মহানগৰ জিলাৰ প্ৰমোদ চন্দ্ৰ শৰ্মা (৬২) আৰু...

Read moreDetails
Page 3237 of 6183 1 … 3,236 3,237 3,238 … 6,183

Stay Connected

Recent News