উত্তৰ-পূব

লিভাৰৰ বাবে আটাইতকৈ বিপজ্জনক বস্তু HFCS; আমেৰিকাৰ চিকিৎসকৰ সতৰ্কবাণী, নামানিলেই  বিপদ

আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ অংগ আছে। কিন্তু লিভাৰ এনেকুৱা যিটোক প্ৰায়ে আওকাণ কৰা হয়। ই শৰীৰৰ বাবে চাফাই কাৰখানাৰ দৰে...

Read moreDetails

বৈধ ভিছা থকাৰ পিছতো ভাৰতত প্ৰৱেশত বাধা বিশ্ব প্ৰসিদ্ধ গৱেষকক; সমালোচনাৰ সন্মুখীন মোডী চৰকাৰ

তেওঁৰ বৈধ ভিছা আছিল। কিন্তু তাৰ পিছতো লণ্ডন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ (SOAS)ৰ প্ৰাক্তন অধ্যাপিকা ফ্ৰান্সেস্কা অৰ্চিনিক...

Read moreDetails

‘সাতখন BMW গাড়ী লাগে,’ দেশৰ দুৰ্নীতি দমন সংস্থাৰ ৫ কোটি টকাৰ নিবিদাকলৈ বিতৰ্ক তুংগত

এখন বা দুখন নহয়, একেবাৰে সাতখন গাড়ী। আৰু সেয়াও কেৱল যিকোনো গাড়ী নহয়। BMW 330Li ছিৰিজৰ চেডান। লোকপালৰ কাৰ্যালয়ৰ পৰা...

Read moreDetails

দিপাৱলীৰ আনন্দৰ মাজতে বৃহৎ অগ্নিকাণ্ড : ধুবুৰীত জ্বলি ছাই হ’ল ৭৫ লাখ টকাৰ সামগ্ৰী

দীপাৱলীৰ নিশা ধুবুৰী চহৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড।  ধুবুৰী বজাৰৰ হকাৰ মাৰ্কেটত পুৱা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই...

Read moreDetails

শিল্পী জুবিন গাৰ্গৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক লৈ প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই যোৱা বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিয়ে আমাক সন্দিহান কৰি তুলিছে। মুখ্যমন্ত্ৰীৰ কথা-বতৰাৰ পৰা জুবিন গাৰ্গৰ...

Read moreDetails

জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুৱলি-কুঁৱলী স্থিতিক তীব্ৰ নিন্দা ভাৰতীয় গণনাট্য সংঘৰ

বোকাখাতত সংবাদমেল যোগে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুৱলি-কুঁৱলী স্থিতিক তীব্ৰ নিন্দা কৰাৰ লগতে...

Read moreDetails

জুবিনৰ ৰহস্যময় মৃত্যুৰ গোচৰ : ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক সম্পন্ন অসম আৰক্ষীৰ

চি আই ডিয়ে জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ তদন্ত চলাই থকাৰ মাজতে আজি অসম আৰক্ষীৰ এটা দুজনীয়া দলে ছিংগাপুৰৰ আৰক্ষীৰ লগত...

Read moreDetails

অৱশেষত শান্ত হ’ল অসম-মেঘালয় সীমান্ত! শান্তি চুক্তি স্বাক্ষৰ দুই ৰাজ্যৰ মাজত

অৱশেষত শান্ত হ’ল অসম-মেঘালয় সীমান্ত। শান্তি চুক্তিৰ স্বাক্ষৰ হোৱাৰ পিছতে অসম আৰু মেঘালয়ৰ মাজত কেইবা সপ্তাহ ধৰি চলি থকা সীমান্ত...

Read moreDetails

দক্ষিণ গাৰো পাহাৰত অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ…

দক্ষিণ গাৰো পাহাৰৰ চক’পট অঞ্চলৰ নাগৰিক সমাজৰ লগতে কেইবাটাও সংগঠনে এলাকটোত কয়লা খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে। ১৮ অক্টবৰত যৌথ...

Read moreDetails

মুক্ত বিদ্যালয়ৰ ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ব্যৰ্থ দশম শ্ৰেণীত! ভয়ংকৰ তথ্য আৰাটিআইৰ প্ৰতিবেদনত

দিল্লীৰ চৰকাৰী মুক্ত বিদ্যালয়সমূহত দূৰ শিক্ষাৰ জৰিয়তে দশম শ্ৰেণীৰ পৰীক্ষাত বহা ছাত্ৰ-ছাত্ৰীৰ গড়ে ৭০ শতাংশই ব্যৰ্থ হৈছে। আৰটিআইৰ প্ৰতিবেদনত প্ৰকাশিত...

Read moreDetails
Page 324 of 6189 1 … 323 324 325 … 6,189

Stay Connected

Recent News