উত্তৰ-পূব

ৰাজ্যত এগৰাকী আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াকে ধৰি ৩০গৰাকী আৰক্ষীৰ কোভিড-১৯পজিটিভ

এগৰাকী আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ বিষয়া আৰু আন ৩০ গৰাকী আৰক্ষীৰ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। কিন্তু তেওঁলোকৰ স্বাস্থ্য বৰ্তমান...

Read moreDetails

নতুনকৈ ২৪৬ গৰাকী কোভিড-১৯পজিটিভ; ৰাজ্যত ৭০০০ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা

২৪৬ গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যখনত ৭১৬৫ লৈ বৃদ্ধি পাইছে কৰ'না আক্ৰান্তৰ সংখ্যা। শনিবাৰে দিনটোত একেলগে ২৪৬ গৰাকী লোক কৰ'নাত আক্ৰান্ত...

Read moreDetails

৫০০০ৰ দিশে অসমত ক’ভিড মুক্তৰ সংখ্যা, আৰোগ্যৰ হাৰ ৬৯.৫৭%

৫৬৭গৰাকী নতুনকৈ ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্য শনিবাৰে ৪৮১৪গৰাকীলৈ বৃদ্ধি পাইছে। এইসকল ব্যক্তিক ধৰি অসমত ক’ভিড আৰোগ্যৰ হাৰে...

Read moreDetails

লখিমপুৰত বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰ, সোৱণশিৰি; এবেলাত আঠবাৰ পানী এৰিছে নীপক’ই

নেৰানেপেৰা বৰষুণৰ মাজত লখিমপুৰত বানে গুৰুতৰ ৰূপ লোৱাৰ আশংকা সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰকে ধৰি সকলো নৈ শনিবাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে।...

Read moreDetails

লক্ষ্য ২০২১ : অখিল বাহিনীয়েই ভৰসা ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ!

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন। ৰাজ্যত এতিয়া কৰ’নাৰ বিৰুদ্ধে যিদৰে যুঁজ চলি আছে তাৰ সমান্তৰালকৈ চলি গৈছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী...

Read moreDetails

উত্তৰ অভয়াপুৰীত গুৰুতৰ বান পৰিস্থিতি, পঞ্চাশৰো অধিক গাওঁ প্লাৱিত

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সমষ্টিটোৰ প্ৰায় পঞ্চাশখনৰো অধিক গাওঁ প্লাৱিত হৈছে। আই, মানাহ...

Read moreDetails

গুৱাহাটীৰ লকডাউন : কি কি খোলা থাকিব, কি কি থাকিব বন্ধ?

কালি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই অহা ২৮ জুনৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ কামৰূপ মহানগৰ জিলাত লকডাউন...

Read moreDetails

জলমগ্ন ডিব্ৰুগড়; ৩ হাজাৰৰো অধিক বানাক্ৰান্ত আশ্ৰয় শিবিৰত

বছৰটোৰ দ্বিতীয়টো বানৰ কবলত ডিব্ৰুগড়বাসী ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। জিলাখনৰ বহু কেইখন গাঁও বৰ্তমান পানীৰ তলত বুৰ...

Read moreDetails

হায় মানৱতা! কৰ’না আক্ৰান্তৰ মৃতদেহ জে চি বিৰে শ্মশানলৈ; ক্ষুব্ধ মুখ্য মন্ত্ৰীয়ে ল’লে এই ব্যৱস্থা

মানৱতাক ভূলুণ্ঠিত কৰা অতি স্পৰ্শকাতৰ ঘটনা এটা পোহৰলৈ আহিছে। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমৰ ঘটনা এইটো। কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এজন লোকৰ...

Read moreDetails

বানত বন্ধ বাঘজানত অইলৰ কাম

অইল ইণ্ডিয়া লিমিটেডে বানপানীৰ বাবে তিনিচুকীয়াৰ বাঘজানত গেছখাদৰ জুই নুমুৱা কাম বন্ধ কৰিছে। উজনি অসমত যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ...

Read moreDetails
Page 3328 of 6184 1 … 3,327 3,328 3,329 … 6,184

Stay Connected

Recent News