উত্তৰ-পূব

প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

ধাৰাবাহিক প্ৰতিবাদৰ মাজতে গাজাত হামাছৰ যোদ্ধাসকলে ৰখা পেলেষ্টাইনী পণবন্দীসকলৰ আত্মীয়ই ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰে। চাৰে তিনিমাহৰ পাছতো ইজৰাইল চৰকাৰে...

Read moreDetails

Ranji Trophy 2024: বিস্ফোৰক বেটিঙেৰে ৩০ বলতে অৰ্ধশতক ৰিয়ান পৰাগৰ; ৰঞ্জীত পুনৰ পৰাস্ত অসম

অধিনায়কে বেটেৰে অকলেই যুঁজিছে। বাকীসকলৰ অৱদান তেনেই নগণ্য। ফলত বৰ্তমানৰ ৰঞ্জী ট্ৰফীত অসমে বাৰে বাৰে প্ৰতিপক্ষৰ ওচৰত হাৰ মানিব লগা...

Read moreDetails

ৰাম ৰাজ্যত নিষিদ্ধ ন্যায়! অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ শংকিত বিজেপি

এতিয়া সমগ্ৰ দেশতে চলিছে ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ দাবীৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। চাৰিওফালে ৰাম ৰাজ্যৰ সপোন দেখুৱাই জনতাৰ কণ্ঠৰোধ কৰাৰো প্ৰচেষ্টা...

Read moreDetails

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা! আজি সেনাৰ মুখ্য কাৰ্যালয়েও ঘোষণা কৰিছে অৰ্দ্ধ দিনৰ ছুটী

কেন্দ্ৰীয় চৰকাৰ আৰু কেইবাখনো ৰাজ্য চৰকাৰৰ ঘোষণাৰ পিছত নতুন দিল্লীস্থিত সেনাৰ মুখ্য কাৰ্যালয়েও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে সোমবাৰে...

Read moreDetails

নগাঁৱৰ বটদ্ৰৱা থানত প্ৰৱেশত বাধা ৰাহুল গান্ধীক; নগাঁৱত ধৰ্ণাত বহিল কংগ্ৰেছ নেতাগৰাকী

‘ভাৰত জোড়ো ন্যায় যাত্ৰা‘ৰ অংশ হিচাপে অসমত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দাবী কৰে যে তেওঁক অসমৰ সমাজ সংস্কাৰক...

Read moreDetails

অধ্যাপকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘ভাবুকিপূৰ্ণ মন্তব্য’ক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ...

Read moreDetails

অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা কেলেংকাৰিৰ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ (CBI) তদন্ত বিচাৰিছে কংগ্ৰেছ দলে। অসম...

Read moreDetails

ছানিয়াৰ সৈতে বিবাহিত জীৱনতো বাৰে বাৰে পৰকীয়াত শ্বোৱেইব! অতীতক লৈ পস্তাব ছানিয়াই?

২০১০ চনত ৰাজকীয় বিয়া। ভাৰত আৰু পাকিস্তানৰ সংবাদ মাধ্যমে সেই বিবাহৰ সবিশেষ জনাবলৈ খৰখেদা কৰিছিল। যিয়েই নহওক, এজনে ভাৰতীয় টেনিছক...

Read moreDetails

কাইলৈ অসমত ড্ৰাই ডে, বন্ধ থাকিব মাংসৰ দোকান! ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কি আহ্বান মুখ্যমন্ত্ৰীৰ?

কাইলৈ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি আৰম্ভ হৈছে উৎসৱমুখৰ পৰিৱেশ। ৰাম মন্দিৰৰ...

Read moreDetails
Page 343 of 2577 1 342 343 344 2,577

Stay Connected

Recent News