• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ অসমত ড্ৰাই ডে, বন্ধ থাকিব মাংসৰ দোকান! ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কি আহ্বান মুখ্যমন্ত্ৰীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2024 12:10 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি আৰম্ভ হৈছে উৎসৱমুখৰ পৰিৱেশ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান দেশজুৰি উদযাপনৰ বাবে আহ্বান জনোৱা হৈছে।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি অসমবাসীক কেতবোৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এয়া কেৱল হিন্দুৰ বিজয় নহয়, ভাৰতীয় সভ্যতাৰ বিজয়। সেয়েহে জাতি-ধৰ্ম নিৰ্বিশেষে দিনটো পালন কৰাৰ আহ্বান জনাইছো।’’

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে কাইলৈ ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ দিনৰ দুই বজালৈ বন্ধ থাকিব। সেইদৰে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে ব্যৱ সায় প্ৰতিষ্ঠান সমূহকো আগবেলা বন্ধ ৰখাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

Apply Now

লগতে পঢ়কঃ ৰাম মন্দিৰ উদ্বোধনৰ দিনা বন্ধ থাকিব AIIMS-ও; কি হ’ব ৰোগীসকলৰ?

ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ দিনটোত সকলো উপসনাস্থলীত স্বচ্ছ অভিযানৰ আহ্বানো জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ সকলোকে নিজৰ ঘৰৰ সন্মুখত এগচি বন্তি জ্বলাই বা আন ধৰণে আলোকিত কৰিবলৈ আহ্বান জনায়। সকলোকে নিজৰ ঘৰখন, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আলোকিত কৰি তোলাৰ আহ্বান জনায়।

তদুপৰি, আই-মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত গধূলি নামঘৰত নাম-কীৰ্তনৰ ব্যৱস্থা কৰাৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এইদিনটো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পালন কৰাৰ আহ্বান জনায়।

তেওঁ সাম্প্ৰদায়িক শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে জিলা আয়ুক্তসকলক স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ পেট্ৰ’লিং উন্নত কৰাৰ নিৰ্দেশ দিছে।

ইপিনে, মুখ্যমন্ত্ৰীয়ে কাইলৈ বিয়লি ৪ বজালৈ মাছ-মাংসৰ দোকান বন্ধৰ ৰখাৰ নিৰ্দেশ দিছে। অৱশ্যে ৪ বজাৰ পিছত দোকান খুলিব পাৰিব। কাইলৈ দিনৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসীক উপবাসে থকাৰো আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।তেওঁ লগতে ৰেষ্টুৰেণ্টসমূহতো ২ বজালৈ আমিষ খাদ্য যোগান নধৰাৰ বাবে আহ্বান জনাইছে। সেইদৰে কাইলৈ ৰাজ্যত থাকিব ড্ৰাই ডে।

লগতে পঢ়কঃ এছ আই টিৰ ভুলৰ বাবে এপিএছচি কেলেংকাৰিৰ আন এজন অভিযুক্ত সুকণ্যা দাসে পালে জামিন: ডি ৱাই এফ আই

আনহাতে, কাইলৈ ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত বটদ্ৰৱালৈ অহাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “বটদ্ৰৱা আৰু ৰাম মন্দিৰৰ তুলনা হ’ব নালাগে। এয়া মোৰ অনুৰোধহে। তেওঁ আজিও গৈ আহিব পাৰে, কালিৰ দিনটো নিৰ্বাচন কৰাক লৈ অলপ দুখ অনুভৱ কৰিছো।‘’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm
“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd