উত্তৰ-পূব

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্মাণ হ'বলগীয়া এখন পঞ্চতাৰকা হোটেলৰ বিৰোধিতা কৰা খিলঞ্জীয়া অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে অসম চৰকাৰে ৰাষ্ট্ৰীয়...

Read moreDetails

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব বিচৰা ৫৫ মেগাৱাট ক্ষমতাসম্পন্ন বহুমুখী প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰিছে অঞ্চলটোৰ কেইবাটাও দল-সংগঠনে। প্ৰকল্পটো কোনো...

Read moreDetails

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যোৱা কেইদিনমানৰ পৰা ইনষ্টাগ্ৰাম, এক্স বা ফেচবুক খুলিলেই বাৰে বাৰে এটা অদ্ভুত বাক্যাংশ দেখিবলৈ পোৱা গৈছে, ‘Vasteguna Huiya’। এই বাক্যাংশ...

Read moreDetails

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

সংসদত দাখিল কৰিছে উদ্বেগজনক পৰিসংখ্যা মোডী চৰকাৰে। দেখা গৈছে যে বিজেপি শাসিত কেইবাখনো ৰাজ্যত বিদ্যালয় ত্যাগ কৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ...

Read moreDetails

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি প্ৰণৱ দলেকে ধৰি চাৰিজন ভূমি অধিকাৰ কৰ্মীক আদালতে জামিন প্ৰদান কৰিছে।...

Read moreDetails

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কাষৰীয়া পাহাৰত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত শিঙৰা নদীৰ সোঁপাৰৰ মথাউৰি ভাঙি নতুনকৈ গঠিত ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত...

Read moreDetails

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

বৃহস্পতিবাৰে, অৰ্থাৎ ৩০ জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (জিএমচিএইচ) প্লাষ্টিক ছাৰ্জাৰী বিভাগত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়খনৰ...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

আত্মসমৰ্পণ কৰিলে সোণম ৰঘুবংশীয়ে। আদালতে তেওঁক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। শেহতীয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন...

Read moreDetails

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত দূষিত পানী, জমা পানী, অস্বাস্থ্যকৰ পৰিৱেশ আৰু ম'হ-মাখিৰ বংশবৃদ্ধিৰ ফলত বহু ধৰণৰ ৰোগ বিয়পিব পাৰে। বানপানীৰ পিছত হ'ব...

Read moreDetails

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

অসম বিধানসভাত বুধবাৰে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ গৃহীত কৰা হৈছে। এই নতুন আইন অনুসৰি, ৰাজ্যৰ ২৫০...

Read moreDetails
Page 47 of 6188 1 … 46 47 48 … 6,188

Stay Connected

Recent News