উত্তৰ-পূব

ত্ৰি-শতাধিক পেডলাৰৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ত আৰম্ভ মেজৰ ৰেংকিং টেবুল টেনিছ

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে চলিত বৰ্ষৰ অষ্টম বাৰ্ষিক সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ...

Read moreDetails

বিশ্বনাথৰ চতিয়াৰ পৰা কাজিৰঙাৰ বন বিষয়াই গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ গঁড় চিকাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বন বিভাগৰ বিষয়াই বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ চতিয়াৰ পৰা এজন দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে। বন...

Read moreDetails

নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে এন আৰ চি পেলনীয়া কাগজত পৰিণত হ’ব : তৰুণ গগৈ

বিজেপিয়ে বিচৰা ধৰণে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত হ’লে এন আৰ চি পেলনীয়া কাগজত পৰিণত হ’ব। এই মন্তব্য কৰিছে ৰাজ্যৰ...

Read moreDetails

ছিকিমত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে চাৰিজন যুৱ ফুটবলাৰৰ

ছিকিমত সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ৰাজ্যখনৰ চাৰিগৰাকীকৈ প্ৰতিভাৱান যুৱ ফুটবলাৰৰ । এই খবৰ বিয়পি পৰাৰ লগে...

Read moreDetails

আজিৰে পৰা আৰম্ভ এন আৰ চিত ভুল সংশোধনী প্ৰক্ৰিয়া, নাম বাদ পৰা সকলে বিচাৰিব পাৰিব তথ্য

আজিৰে পৰা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নহা নাগৰিকসকলে তেওঁলোকৰ নাম কিয় বাদ পৰিল সেই বিষয়ে সকলো তথ্য জানিব...

Read moreDetails

স্বাধীনতা দিৱস : কূটাঘাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি আৰক্ষীৰ হাই এলাৰ্ট

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ পাঁচ দিন। হয়, ৭২ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ প্ৰতিখন জিলালৈ এক...

Read moreDetails

সৰ্বশিক্ষাৰ ৬,৩৬৯ গৰাকী শিক্ষকৰ চাকৰিৰ ম্যাদ উকলিল, কোনো নিৰ্দেশনা নাই চৰকাৰৰ

২০১৭ চনৰ ছেপ্টেম্বৰত ১১ মাহৰ বাবে ‘ফিক্সড’ দৰমহাত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ‘ষ্টেট পুল’ আঁচনিৰ জৰিয়তে নিযুক্তি দিয়া ১১,৩১৯...

Read moreDetails

ম্যানমাৰ এছিয়ান জুনিয়ৰ-কেডেট টেবুল টেনিছৰ ভাৰতীয় দলত অসমৰ তৃষা

প্ৰতিভাধৰ টেবুল টেনিছ খেলুৱৈ তথা পেডলাৰ অসমৰ তৃষা গগৈৰ বাবে আহিছে আন এক সুখবৰ। ম্যানমাৰত অনুষ্ঠিত হ’বলগীয়া ২৪ সংখ্যক এছিয়ান জুনিয়ৰ...

Read moreDetails

এ পি এছ চি কেলেংকাৰি : বিষয়া-দালালৰ সন্ধানত আৰক্ষীৰ অভিযান

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত আৰক্ষীয়ে নতুনকৈ ১০জন বিষয়া-দালালৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে গোচৰটোৰ...

Read moreDetails

কৰ্তব্যত গাফিলতি : পানীখাইতি আৰক্ষীৰ চকীৰ উপ পৰিদৰ্শককে ধৰি ১০ জন আৰক্ষীক অপসাৰণ

কৰ্তব্যত গাফিলতিৰ অভিযোগত পানীখাইতি আৰক্ষী চকীৰ এজন আৰক্ষী উপ পৰিদৰ্শক আৰু এজন সহকাৰী উপ পৰিদৰ্শককে ধৰি দুজন কনিষ্টবলক তৎকালীনভাৱে চাকৰিৰ...

Read moreDetails
Page 5292 of 6193 1 … 5,291 5,292 5,293 … 6,193

Stay Connected

Recent News