উত্তৰ-পূব

মাৰ্ঘেৰিটা বাল্য ভৱনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা তথা সমাজসেৱিকা কামিনী শৰ্মাৰ মৃত্যু

মাৰ্ঘেৰিটা 'বাল্য ভৱন' বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, শিক্ষাবিদ তথা সমাজসেৱিকা কামিনী শৰ্মাই (৭২)  স্বাস্থ্যজনিত কাৰণত মাৰ্ঘেৰিটা জয়া নগৰস্থিত বাসগৃহত আজি শেষ...

Read moreDetails

কাজিৰঙাৰ কাষৰীয়া গাঁৱত নেমু পুলি বিতৰণ গোলাঘাট আৰক্ষীৰ, সহযোগ নুমলীগড় শোধনাগাৰৰ

বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিৰাময় কৰা আৰু কৃষকক আৰ্থিকভাৱে সবল কৰাত সহায় কৰাৰ অৰ্থে কাজিৰঙাৰ সমীপৰ পাণবাৰী আদৰ্শ গাঁৱত...

Read moreDetails

আবকাৰী মন্ত্ৰীয়ে নিজেই ৰোলাৰ চলাই চূৰ্ণাকৃত কৰিলে অবৈধ সুৰাৰ বটল

মহানগৰীৰ গড়চুকত আজি বহু পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা সুৰাৰ বটল ধ্বংস কৰা হয়। ধ্বংস কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজেই শ...

Read moreDetails

স্বাধীনতা দিৱসত ক’লা বেজ পিন্ধিব কোচ ৰাজবংশী সন্মিলনীয়ে; দাবী নামানিলে ৩৬ ঘণ্টীয়া অসম বন্ধৰ হুমকি

যোৱা ৬ আগষ্টত কোকৰাঝাৰৰ চৌতাৰা ৰেইলৱে ষ্টেশ্যনত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে জনজাতিকৰণৰ দাবীত অনুষ্ঠিত কৰা ৰেইল অবৰোধ কাৰ্য্যসূচীত আৰক্ষীৰ...

Read moreDetails

মণিপুৰৰ এক বৃহৎ সংখ্যক কৃষকৰ উপাৰ্জনৰ প্ৰধান উৎস আনাৰসৰ খেতি

মণিপুৰ জৈৱিক অভিযান এজেঞ্চিৰ উদগণিমূলক পদক্ষেপৰ বাবে ৰাজ্যখনৰ এক বৃহৎ সংখ্যক কৃষকৰ বাবে আনাৰসৰ খেতি উপাৰ্জনৰ প্ৰধান উৎস হৈ পৰিছে।...

Read moreDetails

হিমা দাসৰ সৈতে বহু কোটি টকাৰ চুক্তি শীৰ্ষ স্প’ৰ্টছ মেনে’জমেণ্ট ফাৰ্মৰ

দৌৰেৰে দেশজুৰি খলকনিৰ সৃষ্টি কৰা হিমা দাসৰ সৈতে বৃহস্পতিবাৰে বহু কোটি টকাত দুবছৰীয়া এক চুক্তি স্বাক্ষৰিত কৰিছে ইনফিনিটি অপ্টিমেল চলিউশ্যনছ...

Read moreDetails

আজি দাখিল কৰিব চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কুজুপথাৰত চি আৰ পি এফ আৰু আৰক্ষীৰে আলফা (স্বাঃ)ৰ চলা সংঘৰ্ষত চহিদ হোৱা বৰডুমচা...

Read moreDetails

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত অসম কন্যা আকাংক্ষা কাশ্যপৰ চিত্র

ইউনেস্কোই কাজাকিস্তানৰ আলমাটীত আয়োজন কৰা আন্তৰ্জাতিক চিত্রকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে অসম কন্যা আকাংক্ষা কাশ্যপৰ অঁকা ছবি। ইউনেস্কোৰ  'আস্থানা...

Read moreDetails

ভাৰত-বাংলা সম্পৰ্কত এন আৰ চিয়ে কোনো প্ৰভাৱ নেপেলায় : বিদেশ মন্ত্ৰালয়

ভাৰত-বাংলাৰ দ্বিপাক্ষিক সম্পৰ্কত অসমৰ এন আৰ চিয়ে কোনো প্ৰভাৱ নেপেলায় বুলি বৃহস্পতিবাৰে স্পষ্ট কৰিছে নতুন দিল্লীয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট...

Read moreDetails

বাণিজ্যিক বিমানৰ চালকৰ আসনত আকৌ এগৰাকী অসমীয়া মহিলা ‘অভিষ্কা বৰুৱা’

বাণিজ্যিক বিমান উৰুৱাবলৈ সাজু অসমৰ আন এগৰাকী মহিলা বিমান চালক অভিষ্কা বৰুৱা । প্ৰথমবাৰলৈ অভিষ্কাই চলাব দিল্লীৰ পৰা ডুবাইৰ আবু...

Read moreDetails
Page 5291 of 6193 1 … 5,290 5,291 5,292 … 6,193

Stay Connected

Recent News