উত্তৰ-পূব

বােকাখাতত বাংকে মিচিং আগম কেবাঙৰ উদ্যোগত কৃতী ছাত্র-ছাত্রীক অভিনন্দন আৰু কবিতা পাঠ অনুষ্ঠান

বােকাখাত পুৱতি সাহিত্য সভা ভৱনত আজি বােকাখাত বাংকে মিচিং আগম কেবাঙৰ ৰূপালী জয়ন্তী বর্ষৰ এক বিশেষ অনুষ্ঠান উদযাপিত হয়। এই...

Read moreDetails

বৰাক উপত্যকালৈ মুখ্য মন্ত্ৰী সোণোৱালৰ ১০০ কোটি টকাৰ বান সাহায্য ঘোষণা

বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বান পৰিস্থিতি চৰজমিন অধ্যয়ন কৰি সাম্প্ৰতিক বান পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০০...

Read moreDetails

১৭জন লোকৰ প্ৰাণ লোৱা ‘লাডেন’ৰ কাইলৈ নিৰ্ণয় হ’ব ভাগ্য : পৰিৱেশ আৰু বন বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

গোৱালপাৰা অঞ্চলত আজি বহু দিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে এতিয়ালৈকে ১৭জন লোকৰ প্ৰাণ লোৱা কুখ্যাত ‘লাডেন’ এতিয়া হৈ...

Read moreDetails

জীবন সংগ্রামৰ নিদাৰুণ ছবি : কাম কৰিবলৈ গৈ ইটানগৰত প্ৰাণ হেৰুৱালে অসমৰ ৫জন শ্ৰমিকে

অৰুণাচল প্ৰদেশৰ ইটানগৰত আজি সংঘটিত এক কৰুণ দুর্ঘটনাত এটা নিৰ্মীয়মাণ বিল্ডিঙৰ দেৱাল খহি ৫ গৰাকী নিৰ্মাণ কৰ্মীৰ মৃত্যু হয়। উল্লেখযোগ্য...

Read moreDetails

বড়োলেণ্ড : এন ডি এফ বি (প্ৰঃ)ৰ সৈতে আলোচনাক আদৰণি জনাই কোকৰাঝাৰত জোঁৰ সমদল

পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী কৰা এনডিএফবি (প্ৰগতিশীল)ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা মধ্যস্থতাকাৰী এ বি মাথুৰৰ কাইলৈ ২৫ জুনত...

Read moreDetails

কোকৰাঝাৰত নৈত গা ধুবলৈ গৈ দুগৰাকী কন্যা শিশুৰ কৰুণ মৃত্যু

ৰাজ্যখনৰ চাৰিওফালে বানপানীয়ে তাণ্ডৱ চলোৱাৰ সময়তে কোকৰাঝাৰ জিলাৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত মাউৰিয়াগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ খিলঞ্জীয়া মঞ্চৰ; বিজেপি চৰকাৰ, ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ জিতেন দত্ত

বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ খানাপাৰাত অনুপ চেতিয়া নেতৃত্বাধীন খিলঞ্জীয়া মঞ্চ, অসমৰ প্ৰতিবাদত বিধেয়কখনক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰ...

Read moreDetails

বৰপেটাত ২০১৭ চনৰ সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত জগন্নাথ বায়নক সম্বৰ্ধনা

দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যোগোৱা অৱদানৰ বাবে ভাৰত চৰকাৰে দিয়া সৰ্বোচ্চ স্বীকৃতিৰ চিন সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ...

Read moreDetails

আদিবাসীৰ লগত খেল খেলিলে কোনো চৰকাৰেই অসমত ‘লাষ্টিং’ নকৰিব : আছাৰ সভাপতি প্ৰদীপ নাগ

'আদিবাসীক লৈ চৰকাৰে খেল খেলা বন্ধ কৰক, অন্যথা বিজেপিয়েই হওক, এজিপিয়েই  হওক বা কংগ্ৰেছেই হওক কোনো এখন চৰকাৰেই অসমত লাষ্টিং...

Read moreDetails

ওদালগুৰিত হাতীলৈ বুলি পেলাই থোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাক-পুতেকৰ কৰুণ মৃত্যু

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ মাজুলীগ্ৰান্তত আজি উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাক-পুতেকে কৰুণ মৃত্যুক সাবটি ল'ব লগা হয়। উল্লেখযোগ্য...

Read moreDetails
Page 5461 of 6193 1 … 5,460 5,461 5,462 … 6,193

Stay Connected

Recent News