বোকাখাত মহকুমা পুথিভড়ালত আজি বিয়লি আয়োজিত এক বিশেষ অনুষ্ঠানত ৱৰ্ল্ড হেৰিটেজ পুৰস্কাৰ লাভ কৰা বিশিষ্ট পৰিবেশ কৰ্মী ড০ বিভূতি লহকৰ...
Read moreDetailsকংগ্ৰেছৰ শাসনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৰ্তমান গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে এসময়ত পিয়াঁজৰ মালা পিন্ধি...
Read moreDetailsআমপাতি সমষ্টিত ভূতপূৰ্ব কংগ্ৰেছী মুখ্য মন্ত্ৰী মুকুল চাংমাৰ কন্যা মিয়ানি ডি শ্বিৰা নিৰ্বাচিত হোৱাৰ পাছত মঙলবাৰে তেওঁ মেঘালয়ৰ নৱম বিধানসভাৰ...
Read moreDetailsপে’ট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে মাজুলী জিলা সমিতিয়েও জিলাখনত...
Read moreDetailsউত্তৰ-পূবৰ পৰা মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী স্তৰত বিভিন্ন প্ৰয়াস সত্ত্বেও ৰাজ্যত অব্যাহত আছে মানৱ সৰবৰাহ। বিশেষকৈ...
Read moreDetailsবিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতি আৰু অপশাসনৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে ৰাজ্যজুৰি বিশ্বাসঘাতকতা দিৱস পালন কৰে৷ এই...
Read moreDetailsফেছবুকত এটা ভিডিঅ’ৰ জৰিয়তে কৃষক নেতা অখিল গগৈক মৃত্যুৰ ভাবুকিৰ লগতে কটু মন্তব্য কৰা যোৰহাট বালিগাঁৱৰ দিব্যজ্যোতি হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা...
Read moreDetailsমদৰ নিচাত সামান্য তৰ্কৰ পিছতে সতীৰ্থ তথা বন্ধুৱেকক হত্যা কৰাৰ ঘটনা এটা পোহৰলৈ আহিছে। জানিব পৰামতে, গুৱাহাটীৰ সাউকুছিত ৫ জুনৰ...
Read moreDetailsদিনে দিনে অপৰাধৰ ৰম্যভূমিলৈ ৰূপান্তৰিত হৈছে তিনিচুকীয়া জিলা৷ হত্যা, ধৰ্ষণ, লুণ্ঠন আদি ঘটনাৰ পাছত এইবাৰ তিনিচুকীয়া জিলাত সক্ৰিয় হৈছে অপহৰণকাৰী...
Read moreDetailsএন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে ভুৱা তথ্যপাতি আৰু নথি দাখিল কৰাৰ অভিযোগত নলবাৰীত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লোক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd