উত্তৰ-পূব

স্বভাৱসিদ্ধ খেলেৰে ধুমুহাৰ গতিৰে ফাইনেলত প্ৰৱেশ মেৰী কমৰ

নিজৰ স্বভাৱসিদ্ধ খেলেৰে ছেমিত তিনিটা ৰাউণ্ডৰ আটাইকেইটাতে প্ৰতিজন বিচাৰকৰ পৰা ১০ ৰ ভিতৰত ১০কৈ লাভ কৰি কমনৱেলথ গেইমছৰ মহিলাৰ বক্সিঙৰ...

Read moreDetails

দুদিনীয়া ভ্ৰমণ লৈ হাফলঙত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

দুদিনীয়া ভ্ৰমণসূচী লৈ হাফলঙত উপস্থিত হৈছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। দিনৰ এঘাৰ বজাত বিশেষ হেলিকপ্টাৰেৰে আসাম ৰাইফলছৰ হেলিপেডত অৱতৰণ কৰি...

Read moreDetails

কমনৱেল্থ গেইমছ : শ্বুটিঙত স্বৰ্ণ জয় কৰিলে ছিকিমৰ শ্বুটাৰ জিতু ৰায়ে

অষ্টেলিয়াৰ গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছ ২০১৮ত মণিপুৰৰ দুগৰাকী ভাৰত্তোলক ছাইখম মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে সোণৰ পদক অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চললৈ...

Read moreDetails

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ দিচপুৰত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই অহা ১২ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খনৰ বিৰোধিতাৰে আৰু এই সম্পৰ্কত...

Read moreDetails

কাজিৰঙাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয়পথত ভয়ংকৰ পথদুৰ্ঘটনা : আহত ২০জনৰ ৭জনৰ অৱস্থা সংকটজনক

কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয়পথত আজি পুৱাতেই সংঘৰ্টিত হৈছে নৈশবাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ পথ দুৰ্ঘটনা ৷...

Read moreDetails

মঙলবাৰে মণিপুৰত উদযাপন কৰিলে বিশ্ব হোমিওপ্যাথি দিৱস

মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে মণিপুৰৰ ইম্ফলতো উদযাপন কৰা হয় বিশ্ব হোমিওপ্যাথি দিৱস । ৰাজ্যিক আয়ুছ ছ’চাইটি আৰু হোমিওপ্যাথি মেডিকেল এছ’চিয়েশ্যনৰ...

Read moreDetails

নামঘৰেও ৰেহাই নাপালে কেলেংকাৰিৰ পৰা : চি আই ডিৰ দলে ধৰা পেলাইছে আঠখেলীয়া নামঘৰৰ বৃহৎ বিত্তীয় অনিয়ম

দুৰ্নীতিক সততে ৰাজৈনতিক দলৰ লগত সম্পৰ্কিত কৰিব বিচৰা হয় যদিও, আচলতে দুৰ্নীতি আমাৰ মানুহৰ তেজতে যে আছে তাৰ প্ৰমাণ মাজে...

Read moreDetails

বড়োলেণ্ড সম্পৰ্কত ২৬ এপ্ৰিলৰ পূৰ্বে আলোচনা নহ’লে পুনৰ আন্দোলনৰ ভাবুকি

পৃথক বড়োলেণ্ডৰ বিষয়ত ৰাজনৈতিক পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰিলে আলোচনা নকৰিলে পুনৰাই আন্দোলনৰ কাৰ্য্যসূচী ল’ব বুলি ভাবুকি দিছে এবছু, এন...

Read moreDetails

বিদেশীৰ ক্ষেত্ৰত ধৰ্মৰ নামত আপোচ নহ’ব : ড০ পৰমানন্দ ৰাজবংশী

“বিদেশীৰ ক্ষেত্ৰত ধৰ্মৰ নামত আপোচ কৰা নহ’ব। ১৯৭১ চনক সকলোৱে ভিত্তিবৰ্ষ হিচাপে মানি লৈছে আৰু সাহিত্য সভায়ো মানি লৈছে।” কেন্দ্ৰীয়...

Read moreDetails

বদৰপুৰ ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৰে’লৱে আৰক্ষীৰ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা চোৰাংভাবে গাঞ্জাকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ মাদক দ্ৰব্যৰ সৰবৰাহ চলি আছে। আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি...

Read moreDetails
Page 5759 of 6193 1 … 5,758 5,759 5,760 … 6,193

Stay Connected

Recent News