উত্তৰ-পূব

মহানগৰীৰ বেলতলাৰ পৰা নেৰিমৰ বি-কমৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ সন্ধানহীন

গুৱাহাটীৰ বেলতলাৰ পৰা জয়ানগৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান নেৰিমৰ বি-কমৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ ছাহিল যোশী শনিবাৰ আৰ্থাৎ ৭ এপ্ৰিলৰ পৰা সন্ধানহীন...

Read moreDetails

মে’ত টাৱাঙৰ পৰা আৰম্ভ হ’ব ইণ্ডো-আছিয়ান কাৰ ৰেলী

ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যুটীয়া উদ্যোগত আয়োজিত ছয়-ৰাষ্ট্ৰৰ ইণ্ডো-আছিয়ান কাৰ ৰেলী অহা ২৭ মে'ত টাৱাঙৰ পৰা শুভাৰম্ভ কৰা...

Read moreDetails

কমনৱেল্‌থ গেইমছ : কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ হ’ল লাভলীনা বৰগোহাঁই

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১শ কমনৱেল্‌থ গেইমছৰ বক্সিঙত আজি অসমৰ লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত সমানে সমানে যুঁজি দিও মূৰকত...

Read moreDetails

গ্ৰেপ্তাৰ হ’ল বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা; ৰাস্তাৰ পৰা নি মহাবিদ্যালয়ৰ কোঠাত মাৰপিট যুৱকক

এজন যুৱকক পথৰ পৰা বাইকত উঠাই নি বিশ্বনাথ মহাবিদ্যালয়ৰ কোঠাৰ ভিতৰত নি মাৰপিট কৰাৰ অভিযোগত মূল অভিযুক্ত মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ...

Read moreDetails

উত্তৰ ত্ৰিপুৰা ধৰ্মনগৰত ৰাজ্যিক কৰ্মচাৰী সংঘৰ সন্মিলন অনুষ্ঠিত

উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত অৱস্থিত বিবেকানন্দ সাৰ্ধ শতবাৰ্ষিকী ভৱনত আজি ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ উত্তৰ ত্ৰিপুৰা জিলা কমিটিৰ প্ৰথমখন জিলাভিত্তিক...

Read moreDetails

অসম লোকসেৱা আয়োগৰ নতুন পৰীক্ষাকেন্দ্ৰ : এবছুৰ কৃতজ্ঞতা

অসম লোকসেৱা আয়োগে ইয়াৰ পৰীক্ষাকেন্দ্ৰৰ তালিকাত মুচলপুৰ (বাক্সা), কাজলগাওঁ (চিৰাং), ওদালগুৰি (ওদালগুৰি) আৰু বিশ্বনাথ চাৰি আলি (বিশ্বনাথ)ক অন্তৰ্ভুক্ত কৰাত সদৌ...

Read moreDetails

ছিকিমত অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত পাচলি বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ

ছিকিমত বাহিৰৰ পৰা অনা বিলাহী, গাজৰ, মটৰ মাহৰ দৰে পাচলি আদিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লোৱা হৈছে। শনিবাৰে গৃহ...

Read moreDetails

নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ বিএছএফৰ প্ৰাক্তন ডিজি ৰামমোহনৰ

উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰতি এক বিশেষ ধৰণৰ টান থকা বিএছএফৰ প্ৰাক্তন ডিজি ইএন ৰামমোহনৰ আজি পুৱা নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান...

Read moreDetails

কমনৱেলথ গেমছৰ ছেমিফাইনেলত উপনীত মেৰীকম, পদক নিশ্চিত

পাঁচবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমে (৪৮ কি:গ্ৰা শাখা) কমনৱেলথ গেমছত পদক প্ৰাপ্তি নিশ্চিত কৰি দেওবাৰে ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে। আনহাতে,...

Read moreDetails

মণিপুৰৰ থাদৌ জনগোষ্ঠীৰ হুন উৎসৱ উদযাপনত অংশ লৈ বিভাজনমূলক শক্তিক প্ৰশ্ৰয় নিদিবলৈ ৰাজ্যপাল নাজমা হেপতুল্লাৰ আহ্বান

মণিপুৰৰ থাদৌ জনগোষ্ঠীয়ে শস্যৰ গজালি মেলা আৰু শস্যৰ প্ৰচুৰ উৎপাদনৰ লগত সংগতি ৰাখি উদযাপন কৰা ‘হুন’ উৎসৱ কালি ৰাজ্যখনৰ কাংপকপি...

Read moreDetails
Page 5770 of 6193 1 … 5,769 5,770 5,771 … 6,193

Stay Connected

Recent News