উত্তৰ-পূব

বহিঃৰাজ্যৰ গামোচা, চাদৰ-মেখেলাৰ বিৰুদ্ধে টিহুৰ ৰাজপথত শিপিনীৰ সজাগতামূলক শোভাযাত্ৰা

আজি টিহু উন্নয়ন খণ্ড আৰু গামোচা এন.জি.অ.ৰ যুটীয়া সহযোগত টিহুত বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত উৎপাদিত আৰু আমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ৰী...

Read moreDetails

কাইলৈ উত্তৰ গুৱাহাটীত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ স্মৃতিচাৰণ অনুষ্ঠান

সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাতা, পদ্মশ্ৰী নলিনীবালা দেৱীৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২৫ মাৰ্চ অৰ্থাৎ কাইলৈ গুৱাহাটী জিলা...

Read moreDetails

মহিলা বিশ্ববিদ্যালয় বন্ধৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত আছুৰ তীব্ৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে মাজুলীত শনিবাৰৰ পুৱা সদৌ অসম ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট...

Read moreDetails

হাফলঙত জুইত জাহ গ’ল কেইবা লক্ষাধিক মূল্যৰ গাড়ী

শুকুৰবাৰে নিশা হাফলঙৰ চৰকাৰী বাগানৰ এন আৰ এল পেট্ৰ'ল পাম্পৰ লগত লাগি থকা এটা গাড়ীৰ ৱৰ্কশ্বপত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে।  মুহুৰ্তৰ...

Read moreDetails

গিৰিজানন্দ ইনষ্টিটিউটত ‘মেটলেব’ শীৰ্ষক কৰ্মশালা সম্পন্ন

অভিযান্ত্ৰিক শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে পৰিচিত গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’ল’জী, গুৱাহাটীৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহযোগত অসম বিজ্ঞান আৰু...

Read moreDetails

গুৱাহাটী আই আই টিৰ উদ্যোগত ‘ৰিট্ৰেন্সফৰ্মিংএডুকেইশ্যন, ছায়েন্স এণ্ড টেকন’লজি’ শীৰ্ষক বিশেষজ্ঞ আলোচনাচক্ৰ

গুৱাহাটী আই আই টিত মাৰ্চৰ ২৪-২৫ তাৰিখে ‘ৰিট্ৰেন্সফৰ্মিং এডুকেইশ্যন, ছায়েন্স এণ্ড টেকন’লজি’ শীৰ্ষক বিষয়ৰ ওপৰত প্ৰথম বাৰৰ বাবে এখন ৰাষ্ট্ৰীয়...

Read moreDetails

নৱ শৰণীয়াক সমালোচনা সাংসদ বিশ্বজিৎ দৈমাৰীৰ

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে শুকুৰবাৰে অভিযোগ কৰে যে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই তেওঁৰ ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে জনসাধাৰণক বিপথে পৰিচালিত...

Read moreDetails

ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত উজলিল অৰুণাচলৰ দুগৰাকী খেলুৱৈ

অৰুণাচল প্ৰদেশৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক সুখবৰ। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত যোৱা ১৮ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত ১৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত...

Read moreDetails

বাংলাদেশৰ সাহিত্য আৰু সংস্কৃতিৰ শীৰ্ষ সন্মিলনত মেঘালয়ৰ দুগৰাকী কবিক সম্বৰ্ধনা

বিখ্যাত খাছী কবি অধ্যাপিকা ষ্ট্ৰীমলেট ডখাৰ আৰু মেঘালয়ৰ আন এগৰাকী বাংলা কবি ফাল্গুনী চক্ৰবৰ্তীক বাংলাদেশৰ ৰংপুৰৰ পীৰগঞ্জত অনুষ্ঠিত হোৱা এছোচিয়েশ্যন...

Read moreDetails

বিজেপিৰ বুথ সভাপতি সন্মিলনত আহি উপস্থিত হ’ল ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ সভাপতিসকলৰ সন্মিলনখন ইতিমধ্যে আৰম্ভ হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰে...

Read moreDetails
Page 5831 of 6194 1 … 5,830 5,831 5,832 … 6,194

Stay Connected

Recent News