উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়ত মৃত লোকৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ...
Read moreDetailsভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে জনাইছে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিব। ৰাজনৈতিক ক্ষেত্ৰখনক “এটা ডাঙৰ অসুখ’’ হিচাপে...
Read moreDetailsবুধবাৰে বিয়লী উত্তৰপ্ৰদেশৰ উন্নাও জিলাৰ বাবুৰাহা গাঁৱৰ এখন পথাৰত দুজনী দলিত সম্প্ৰদায়ৰ নাবালিকা কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত নাবালিকা...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰলৰ মূল্য ১০০ অতিক্ৰম কৰা বাবে পূৰ্বৰ ইউপিএ চৰকাৰক দোষাৰোপ কৰিছে। বুধবাৰে তামিলনাডুৰ এটা তেল আৰু গেছ...
Read moreDetailsমহিলাগকৰাকীৰ নাম শবনম। প্ৰেমিকৰ সৈতে লগ লাগি নিজ পিতৃ-মাতৃসহ ৭ জনকৈ লোকক হত্যা কৰাৰ অপৰাধত আদালতে মৃ্ত্যুদণ্ডৰ নিৰ্দেশ দিছে শবনমক।...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী কৃষি আইনৰ প্ৰতিবাদত সংযুক্ত কিষাণ মৰ্চাই আজি দিনৰ ১২ বজাৰ পৰা আবেলি ৪ বজালৈকে চাৰিঘণ্টীয়া ৰে’ল...
Read moreDetailsআজি বৃহস্পতিবাৰে চেন্নাইত সম্পন্ন হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ খেলুৱৈৰ নিলাম। আজি আইপিএলৰ খেলুৱৈ নিলামৰ দিনাই আইপিএলৰ ইতিহাসত সৰ্বাধিক...
Read moreDetailsকৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখনত ভাৰতৰ যোগ-আয়ুৰ্বৈদিক জ্ঞানে এটা বৃহৎ ভূমিকা পালন কৰিছে। শ্ৰীৰাম চন্দ্ৰ মিছনৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ...
Read moreDetailsমধ্যপ্ৰদেশৰ শোকাৱহ বাছ দুৰ্ঘটনাত আক্ৰান্ত লোকক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰা তিনিজন লোকক মধ্যপ্ৰদেশ চৰকাৰে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰাৰ কথা...
Read moreDetailsযৌন সম্ভোগ নকৰাকৈ বতাহতে গৰ্ভৱতী হৈ সন্তান জন্ম দিয়া বুলি এক আজৱ দাবী কৰিছে এগৰাকী যুৱতীয়ে। যুৱতীগৰাকী হৈছে ইণ্ডোনেছিয়াৰ। দক্ষিণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd