কেৰালাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড৷ৰাজ্যখনৰ থ্ৰিছুৰৰ এডাক্কুলামত পোহনীয়া মেকুৰী এটা নিৰুদ্দিষ্ট হোৱাৰ বাবে নাতিয়েকে এজন ৭৯ বছৰীয়া ব্যক্তিক আক্ৰমণ...
Read moreDetailsছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী ৰবীনা টেণ্ডনৰ এটা ভাইৰেল ভিডিঅ’। এই ভিডিঅ'টো এক্স (টুইটাৰ)ত এজন ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। এই ভিডিঅ'টোত...
Read moreDetailsহঠাৎ ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ শুভমন গীলৰ বিয়া বুলি গুঞ্জন উঠিছে। সেয়া ছাৰা আলী খান বা ছাৰা তেণ্ডুলকাৰ নহয়, শুভমনৰ বিবাহৰ...
Read moreDetailsচেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে দাবী কৰিছে যে ভাৰতৰ বৰ্তমানৰ লোকসভা নিৰ্বাচনে সকলো অভিলেখ অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনত পৰিণত...
Read moreDetailsযোৱা ১ জুনত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ লাস্কেইন চি এণ্ড আৰ ডি ব্লকত অৱস্থিত ছাফাই গাঁৱত বিষাক্ত বন্য কাঠফুলা সেৱন...
Read moreDetailsপ্ৰায় ডেৰ মাহ ধৰি চলা সাতটা পৰ্যায়ৰ ‘ভোটগ্ৰহণ’ৰ শনিবাৰে অন্ত পৰিল। যিকোনো নিৰ্বাচনৰ পিছত আটাইতকৈ কৌতুহলৰ বিষয়টো হ’ল ‘এক্সিট প’ল’।...
Read moreDetailsশনিবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি গুৱাহাটীত বৃদ্ধি পালে গাখীৰৰ মূল্য৷ শেহতীয়াকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৫.৫০ টকা বৃদ্ধিৰ কথা ঘোষণা...
Read moreDetails১ জুন শনিবাৰে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত বৰুছিয়া ডৰ্টমুণ্ডক ২-০ গ’লত পৰাস্ত কৰি ৰিয়েল মাদ্রিদে ইউএফএ চেম্পিয়নছ লীগ...
Read moreDetailsঅহা ৫ জুনত অনুষ্ঠিত হ’ব আই চি চি টী-২০ বিশ্বকাপৰ ভাৰতৰ প্ৰথমখন খেল। ইয়াৰ পূৰ্বে একমাত্ৰ প্ৰস্তুতি মেচত বাংলাদেশক অনায়াসে...
Read moreDetailsৰেমালৰ পাছৰ বৰষুণৰ ফলত অসমত সৃষ্টি হোৱা বানপৰিস্থিতি আজিও ক্ষান্ত হোৱা নাই। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd