বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়ে বৃহস্পতিবাৰে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চলিত সপ্তাহৰ আৰম্ভণিতে ৰাজ্যসভাত দিয়া মন্তব্যৰ জৰিয়তে সংবিধান...
Read moreDetailsদেশৰ শীৰ্ষ ৰাজনীতিবিদ, মনোৰঞ্জন জগতৰ তাৰকা, বিখ্যাত তাৰকা ক্ৰীড়াবিদ, আনকি বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্ব যাৰ ওচৰত তেওঁলোকে আনুগত্য প্ৰকাশ কৰে, দেশৰ...
Read moreDetailsভোপালত আয়কৰ বিভাগৰ বিষয়াসকলে অভিযান চলাই কোটি কোটি টকাৰ সোণ আৰু নগদ ধন জব্দ কৰে। সূত্ৰ অনুসৰি এই ধন লুকুৱাই...
Read moreDetailsবিশ্বজুৰি ব্যাপকভাৱে খেতি কৰা গ্রীষ্মমণ্ডলীয় উদ্ভিদ কুঁহিয়াৰ কেৱল চেনিৰ মূল উৎসই নহয়, ই স্বাস্থ্যৰ বাবেও বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰে৷...
Read moreDetailsমজিয়াত অৱশিষ্ট খাদ্য। ইফালে মকৰা আৰু মাখি উৰি ফুৰিছে। ছিকুন্দৰাবাদৰ কেইবাখনো ৰেষ্টুৰেণ্টত অভিযান চলাই এই দৃশ্য সন্দৰ্ভত সবিশেষ জনাইছে তেলেংগনাৰ...
Read moreDetailsমহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছৰ বক্তব্যৰ বিৰোধীতা কৰিছে ভাৰত জোড়ো অভিযানৰ ৰাষ্ট্ৰীয় আহ্বায়ক বিজয় মহাজন আৰু যোগেন্দ্ৰ যাদৱ তথা সাধাৰণ সম্পাদক...
Read moreDetailsফ্ৰান্সত এমবিএ অধ্যয়নৰত কেনিয়াৰ ছাত্ৰ নেলছন আমেনিয়াই কেনিয়া আৰু আদানী গ্ৰুপৰ মাজত জোমো কেনিয়াটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (জে কে আই এ)...
Read moreDetailsগুঞ্জনৰ পৰা বাতৰিৰ মাজলৈ কোনোৱে নহয় কোনোৱে সদায় আলোচনাৰ কেন্দ্ৰবিন্দুত থাকে। সম্প্ৰতি এনে এটা নামক লৈ ব্যাপক চৰ্চা চলি আছে,...
Read moreDetailsপেলেষ্টাইন আৰু বাংলাদেশৰ বিষয়ে কান্ধত বেগ লৈ ‘ফটো তোলা’ প্ৰিয়ংকা গান্ধী ভাদ্ৰাক বিজেপিয়ে উপহাৰ দিলে নতুন বেগ। সংসদৰ শীতকালীন অধিৱেশনৰ...
Read moreDetailsঅসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক। হাতীগাঁও থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বৰাক।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd