DMCA.com Protection Status

Popular Stories

চীনক সকীয়নি জেনেৰেল ৰাৱাটৰ : আলোচনা ব্যৰ্থ হ’লে একমাত্ৰ বিকল্প হ’ব সেনাৰ অভিযান!

লাডাখ পৰা ছিকিম আনকি অৰুণাচললৈকে শান্ত নহয় চীন-ভাৰতৰ সীমান্ত। লাডাখ সীমান্তত যোৱা ১৫ জুনত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত ভাৰতৰ ২০ গাৰীক...

Read more

পাকিস্তানৰ কৰাচীত প্ৰাচীন হনুমান মন্দিৰসহ ২০ হিন্দু পৰিয়ালৰ বাসগৃহ ধ্বংস : চাওক llVIDEOll

ক্ৰমাৎ ধৰ্মোদ্মাদ বৃদ্ধি পাইছে দেশে বিদেশে। যেন পাহৰি গৈছে মানৱতাই পৰম ধৰ্ম! কি জনতা! কি শাসক! সকলোৱে যেন একে পথৰে...

Read more

পাক ISIৰ হানি ট্ৰিপিঙৰ জালত ভাৰতীয় নাগৰিক : পতিতালয়ৰ যৌন অভিসাৰৰ ফ’টো প্ৰকাশৰ ভাবুকিৰে তথ্য সংগ্ৰহ

পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেন্টে এগৰাকী ভাৰতীয় নাগৰিকক হানি ট্ৰেপিঙৰ জালত পেলায় ভাৰতৰ বহু স্পৰ্শকাতৰ ফ'টো আৰু গোপন...

Read more

উঃ কোৰিয়াৰ শাসক কিম জং উন ক’মাত! : ভগ্নীক নিযুক্তি দিলে দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদত!

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ স্বাস্থ্য অতি সংকটজনক। এই দাবী উত্তৰ কোৰিয়াৰ চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ। বিশ্বৰ অতি...

Read more

মণিপুৰৰ এগৰাকী মহিলাক পশ্চিমবংগত ৫ মাহ বন্দী কৰি গণধৰ্ষণ এদল পাষণ্ডৰ

পশ্চিমবংগৰ মালদাত মণিপুৰৰ এগৰাকী মহিলাক বন্দী কৰি ৫ মাহ ধৰি গণধৰ্ষণ কৰি অহাৰ এক নাৰকীয় কাণ্ড পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণীৰ...

Read more

ভাৰতক অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে চীনে! : এইবাৰ কৈলাস পৰ্বতত চীনৰ ক্ষেপণাস্ত্ৰ স্থাপন

লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে চীনে ভাৰতক দিব নেকি কেঁকুৰা চেঁপা! নে অক্টোপাছৰ দৰে ভাৰতক মেৰাই ধৰাৰ পাং চীনৰ! এইবাৰ চীনে...

Read more

শীঘ্ৰেই হ’ব নেকি ক’ৰ’না কালৰ অৱসান! : দেখা গৈছ বিশ্বৰ লগতে ভাৰতবাসীৰ বাবেও আশাৰ ৰেঙণি

সমগ্ৰ বিশ্বই কোবিড১৯ৰ সন্ত্ৰাসত সন্ত্ৰস্ত। এক ৰুদ্ধশ্বাস পৰিস্থিতি সমগ্ৰ বিশ্বত। তেনে সময়তে বিশ্ববাসীৰ লগতে ভাৰতীয়সকলৰ বাবে আহিছে এটা অতি ভাল...

Read more

কেলিফ’ৰ্ণিয়াত বনজুই : ২ লাখ লোকক স্থানান্তৰ, ১২ হাজাৰ অগ্নিনিৰ্বাপক বাহিনী নিয়োজিত

ব্ৰাজিল অষ্ট্ৰেলিআৰ পাছত এইবাৰ আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত বিধ্বংসী বনজুই। শুকুৰবাৰ পৰা আৰম্ভ হোৱা এই বনজুইয়ে কেলিফ’ৰ্ণিয়াৰ প্ৰায় ৯৯১ বৰ্গ মাইল(২,৫৬৬ বৰ্গ...

Read more

গণ ধৰ্ষণ কৰি চ’ছিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

শুকুৰবাৰে নিশা এগৰাকী ৪৫ বছৰীয়া মহিলাক গণ ধৰ্ষণ কৰি চ'ছিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে...

Read more

প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষিত যাত্ৰা আৰু নিৰাপত্তাৰ বাবে ৮.৫ হাজাৰ কোটি টকীয়া বিলাসী বিমান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰিক্ষত যাত্ৰা আৰু নিৰাপত্তাৰ বাবে এইবাৰ আমেৰিকাৰ পৰা ক্ৰয় কৰা হৈছে ৮.৫ হাজাৰ কোটি টকীয়া বিমান। সকলো...

Read more
Page 508 of 829 1 507 508 509 829

Recent News