Popular Stories

হানী ট্ৰেপিঙৰ বলি ৪৮ জন ৰাজনীতিবিদ; চিডি আৰু পেন ড্ৰাইভৰ জালত বন্দী নেতা! উত্তাল বিধানসভা

প্ৰথমতে চূৰচূৰীয়াকৈ গুণগুণনি আৰম্ভ হৈছিল। প্ৰেমৰ ফান্দত পৰিছে কৰ্ণাটকৰ এজন মন্ত্ৰী। ক্ৰমান্বয়ে ই এক বৃহৎ বিতৰ্কলৈ পৰিণত হৈছে। কোৱা হৈছে...

Read moreDetails

এটা কুকুৰৰ দামত ৫০ খন BMW! যুৱকৰ আজৱ চখৰ আঁৰত আছে এটা অদ্ভুত কাৰণ, চাই লওক

বিভিন্ন সময়ত আমি বহু ভিন্ন মানুহ লগ পাওঁ। আমি তাৰে কিছুমানক মনত ৰাখো আৰু আন কিছুমানক আমি নিমিষতে পাহৰি যাওঁ।...

Read moreDetails

চুলি সৰা ৰোধ কেনেকৈ কৰিব? জানো আহক উপায়

চুলি সৰা ৰোধ কৰাৰ বাবে কিছু সহজ আৰু ফলপ্ৰসূ উপায় আছে যিবোৰ আপুনি দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰে। 1. চুলিৰ...

Read moreDetails

কেবিনেটৰ সিদ্ধান্ত! গুৱাহাটীত নিশা ২ বজালৈ খোলা থাকিব সুৰাৰ বিপণী

ডিব্ৰুগড়ত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দোকান-পোহাৰ খোলা ৰখাৰ ক্ষেত্ৰত কেবিনেটে ঘোষণা কৰিছে...

Read moreDetails

চেম্পিয়নছ ট্ৰফী জয় লাভ কৰা বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকা! প্ৰতিজন খেলুৱৈয়ে পাব ৩কোটিকৈ টকা

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে ভাৰতে আইচিচিৰ পৰা ২০ কোটি টকা পুৰস্কাৰ ধন হিচাপে লাভ কৰে। বৃহস্পতিবাৰে এক বিবৃতিত ৰজাৰ...

Read moreDetails

ৰিয়ান পৰাগ হ’ব ৰাজস্থান ৰয়েলছৰ পৰৱৰ্তী অধিনায়ক! দেশী-বিদেশী বহু ক্ৰিকেট তাৰকাক দিব নেতৃত্ব

২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলখনত অধিনায়কৰ দায়িত্ব ল’ব ৰিয়ান পৰাগে। তাৰ পাছত ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন...

Read moreDetails

চাৰি দশকৰ আইনী যুঁজৰ অন্তত জয়ী হ’ল ধৰ্ষণৰ পীড়িতা! ৪০ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ে দিলে ন্যায়

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাজস্থানৰ এক ধৰ্ষণৰ গোচৰত নিম্ন ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰে। উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিয়াৰ আগতেই চল্লিশ বছৰীয়া...

Read moreDetails

সৰ্বনাশ! শ্ৰমিক নেতাৰ অণ্ডকোষ চিঙি লৈ দৌৰি পলাল শিয়াল

বাংলাদেশৰ লালমণিৰহাটত হঠাৎ বৃদ্ধি পাইছে শিয়ালৰ আক্ৰমণ। শিয়ালৰ আক্ৰমণত আহত হৈছে কেইবাজনো লোক। ঘৰচীয়া জন্তু চুৰি কৰি ৰাইজৰ নিদ্ৰা হৰিছে...

Read moreDetails

সুনীতা উইলিয়ামছক ‘ভাৰতৰত্ন’ প্ৰদানৰ দাবী মমতা বেনাৰ্জীৰ!

৯ মাহ মহাকাশত কটোৱাৰ পাছত উৎকণ্ঠাৰ অৱসান ঘটাই ্কালি পৃথিৱীত পদার্পণ কৰা মহাকাশচাৰী সুনীতা উইলিয়ামছক 'ভাৰতৰত্ন' সন্মান প্রদান কৰাৰ দাবী...

Read moreDetails

পাঞ্জাব সীমান্তত এবছৰ ধৰি প্ৰতিবাদ কৰি থকা কৃষকক ছত্ৰভংগ আৰক্ষীৰ! গ্ৰেপ্তাৰ বহু অন্নদাতা…

প্ৰায় এবছৰ ধৰি পাঞ্জাব-হাৰিয়ানাৰ শম্ভু আৰু খানৌৰী সীমান্তত থকা কৃষকক আৰক্ষীয়ে গতাই দিছে। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হৈ...

Read moreDetails
Page 547 of 1555 1 … 546 547 548 … 1,555

Stay Connected

Recent News