• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হানী ট্ৰেপিঙৰ বলি ৪৮ জন ৰাজনীতিবিদ; চিডি আৰু পেন ড্ৰাইভৰ জালত বন্দী নেতা! উত্তাল বিধানসভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2025 8:09 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমতে চূৰচূৰীয়াকৈ গুণগুণনি আৰম্ভ হৈছিল। প্ৰেমৰ ফান্দত পৰিছে কৰ্ণাটকৰ এজন মন্ত্ৰী। ক্ৰমান্বয়ে ই এক বৃহৎ বিতৰ্কলৈ পৰিণত হৈছে। কোৱা হৈছে যে সেই মন্ত্ৰীগৰাকীয়ে অকল নহয়, মুঠ ৪৮ জন ৰাজনৈতিক নেতা হানী ট্ৰেপিঙত ফান্দত পৰিছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় পৰ্যায়ৰ নেতাও আছে।

কৰ্ণাটকৰ সমবায় মন্ত্ৰী কে এন ৰাজন্নাই বৃহস্পতিবাৰে বিধানসভাত স্বীকাৰ কৰে যে ৪৮ জন ৰাজনৈতিক নেতা সেই জালত পৰিছে। স্বাভাৱিকতে এনে কথাত বিধানসভাত বিতৰ্কৰ সূচনা হয়।

Apply Now

ৰাজন্নাই কয় যে এইটো কোনো বিশেষ দলৰ কথা নহয়। সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈ তেওঁ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছে। তেওঁ কোৱা শুনা যায়, “মই জনাত ৪৮ জন সেই চিডি আৰু পেন ড্ৰাইভৰ ফান্দত পৰিছে।” আনকি তেওঁ বিৰোধী বিধায়কসকলৰ ফালে আঙুলিয়াই কয়, “তেওঁলোকও ইয়াৰ লগত জড়িত।”

পিছত অধ্যক্ষক সম্বোধন কৰি ৰাজন্নাই কয়, “সন্মানীয় অধ্যক্ষ, কৰ্ণাটকক চিডি আৰু পেন ড্ৰাইভৰ কাৰখানা বুলি কোৱা হয়! মই এই কথা কোৱা নাই, বহুতে কৈছে। এইটো এটা গুৰুতৰ অভিযোগ। খবৰ পাইছো যে টুমাকুৰুৰ দুজন শক্তিশালী মন্ত্ৰী হানী ট্ৰেপিঙত পৰিছে। তাৰ ভিতৰত মই টুমাকুৰুৰ মন্ত্ৰী। আনজন হৈছে ড° পৰমেশ্বৰ। আমাৰ দুজনৰ বাহিৰে আৰু বহুতৰে কাহিনী ঘুৰি ফুৰিছে। ইয়াত সকলোবোৰ উল্লেখ কৰাটো সঠিক নহ’ব।”

এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰীলৈ পত্ৰ লিখি সম্পূৰ্ণ তদন্তৰ দাবী জনাব বুলিও দাবী কৰে। ৰাজন্নাৰ প্ৰশ্ন, “এই সকলোবোৰৰ প্ৰযোজক কোন? পৰিচালক কোন? এই সকলোবোৰ প্ৰকাশ হওক। মানুহৰ জনা অধিকাৰ আছে।”

ৰাজন্নাৰ পুত্ৰ এম এল চি ৰাজন্নাইও এই বিষয়ত মাত মাতিছে। তেওঁ দাবী কৰে যে বিগত ছমাহ ধৰি ৰাজনীতিবিদক হানী ট্ৰেপিঙত পেলোৱাৰ চেষ্টা কৰা হৈছে। অভিযোগ অনুসৰি হোৱাটছএপত ফোন বা মেছেজ কৰিও জাল পতা হৈছে। প্ৰসংগক্ৰমে কৰ্ণাটক ৰাজ্যৰ ৰাজনীতিত বৰ্তমান এই বিষয়টোক লৈ উত্তাল হৈ পৰিছে। লগতে সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনাইছে বিজেপিয়ে। কংগ্ৰেছেও সৰৱ হৈছে। ইফালে বিষয়টো মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ ওচৰলৈও গৈছে। তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে এজন মন্ত্ৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd