DMCA.com Protection Status

Popular Stories

মাৰ্ঘেৰিটাত বিশ বছৰে চলি থকা কয়লাৰ চোৰাং বেহাৰ চি বি আই তদন্তৰ দাবী

শালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্তখননকলৈ এতিয়া উত্তাল সমগ্ৰ ৰাজ্য৷ একাংশ দল সংগঠনৰ স্পষ্ট কথা কয়লাৰ মুক্ত খনন চলাবলৈ দিয়া...

Read more

শিবিৰ এৰি পলায়ন কৰা সদস্যৰ প্ৰতি দায়ৱদ্ধ নহয় আলফা(স্বা) : স্থিতি স্পষ্ট কৰিলে সংগঠনটোৱে

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শিবিৰ এৰি পলায়ন কৰা কোনো সদস্যৰ প্ৰতি বিদ্ৰোহী সংগঠনটো দায়ৱদ্ধ নহয়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক...

Read more

জনমানসত হেয় বিজেপি! অভিযুক্ত-অভিযোগকাৰীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ

যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি অহা লখিমপুৰ বিজেপিৰ দুই যুৱ নেতা ক্ৰমে অভিযোগকাৰী নিৰ্মল পায়েং আৰু অভিযুক্ত...

Read more

ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৫২০জনলৈ বৃদ্ধি; নতুনকৈ ৪৯জনক চিনাক্ত

ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্য ৫২০জনলৈ বৃদ্ধি পাইছে। কিছু সময় পূৰ্বে ৰাজ্যখনত নতুনকৈ ৪৯টা কোভিড-১৯ পজিটিভ কেচ ধৰা পৰে। ত্ৰিপুৰাৰ...

Read more

শিৱসাগৰৰ ৰংপুৰ গাঁও পঞ্চায়তত জব কাৰ্ডৰ নামত চলিছে ব্যাপক দূৰ্নীতি

শিৱসাগৰৰ এখন গাঁও পঞ্চায়তত জব কাৰ্ডৰ নামত চলিছে দূৰ্নীতি। জিলাখনৰ ৰংপুৰ গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ড সদস্যা গৰাকীৰ বিৰুদ্ধে এই অভিযেগ...

Read more

স্বাস্থ্যমন্ত্ৰীৰ সলনি ‘মুখ্য মন্ত্ৰী’ প্ৰকাশ হোৱাটো ছপাশালৰ অনিশ্চাকৃত ভুল বুলি স্বীকাৰ বাৰ্তা সম্পাদকৰ

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ শেষ পৃষ্ঠাত প্ৰকাশিত এখন বিশেষ ফটো আৰু তাৰ কেপচনক কেন্দ্ৰ কৰি চ’ছিয়েল মেডিয়াত বহুলভাৱে...

Read more

সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই বিধ্বস্ত কৰি পেলাইছে মুম্বাইৰ স্বাভাৱিক জীৱন যাত্ৰা

আৰৱ সাগৰৰ নিম্ন চাপৰ পৰা উৎপত্তি হোৱা সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই গুজৰাটৰ লগত মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত তাণ্ডৱ চলাইছে। মহাৰাষ্ট্ৰ ৰায়গড়ৰ জিলাৰ...

Read more

হোজাইত ট্রেইনৰ চেইন টানি পলায়ন কৰা ৬০জনক কৰায়ত্ত; কুৱাৰেণ্টাইনত ভৰ্তি

আজি পুৱা হোজাইত ট্ৰেইনৰ চেইন টানি পলায়ন কৰা ৬০জন লোকক ৰে’লৱে আৰক্ষীয়ে কৰায়ত্ত কৰিছে। উল্লেখযোগ্য যে আজি পুৱা প্ৰায় ১.৫৫...

Read more

নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ তুলিলে নিজ ভাগিনীয়েকে

বলিউদৰ প্ৰতিভাধৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ নিজ ভাগিনীয়েকে। টাইমছ অৱ ইণ্ডিয়াৰ বাতিৰ অনুসৰি...

Read more

NIAই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীট ভুৱা অভিযোগৰে ভৰপুৰ : কৃষক মুক্তি

যোৱা ২৯ মে’ৰ দিনা  নিয়া আদালতত অতিৰিক্ত আৰক্ষী অধীক্ষক ধনৰাম সিঙে দাখিল কৰা চার্জশ্বীটখন ভুৱা অভিযোগৰে ভৰি থকা বুলি দাবী...

Read more
Page 558 of 807 1 557 558 559 807

Recent News