কাচাৰত আৰক্ষী-সেনাৰ যুটীয়া অভিযানত NSCN (K) কেডাৰ আটক
কাচাৰ জিলাৰ লখিপুৰত আৰক্ষী আৰু সেনা বাহিনীৰ এখ যুটীয়া অভিযানত এজন NSCN (K)-ৰ সদস্যক আটক কৰা হয়। আৰক্ষীৰ এক সূত্ৰই...
Read moreকাচাৰ জিলাৰ লখিপুৰত আৰক্ষী আৰু সেনা বাহিনীৰ এখ যুটীয়া অভিযানত এজন NSCN (K)-ৰ সদস্যক আটক কৰা হয়। আৰক্ষীৰ এক সূত্ৰই...
Read moreঅসম চৰকাৰে আজি আবেলি ৫ বজাৰ পৰা ৰাজ্যৰ সকলো সুৰা বিপনী পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ল’কডাউনৰ মাজতে...
Read moreপ্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা ২০ এপ্ৰিললৈকে অধিক কঠোৰ হ'ব অসম আৰক্ষী। গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অসম আৰক্ষী...
Read moreপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীৰ আবাস ৭, লোক কল্যাণ মাৰ্গত আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা...
Read moreক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে পুনৰ ৩ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছিল। এই সময়চোৱাত কেনেধৰণৰ নিয়ম আৰু...
Read moreচৌদি আৰবত পৱিত্ৰ ৰমজান মাহৰ সময়ত মুছলমানসকলক মছজিদৰ বিপৰীতে ঘৰে ঘৰে নামাজ পঢ়িব লাগিব। এই নিৰ্দেশ দিছে দেশখনৰ মন্ত্ৰী আব্দুল...
Read moreপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে বি চি চি আইয়ে আই পি এল ফ্ৰেঞ্চাইজিসকলক অনিৰ্দিষ্ট কাললৈ লীগখন...
Read moreচীনৰ পৰা বিশ্বৰ প্ৰায়বোৰ দেশলৈ সম্প্ৰসাৰিত মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে আমেৰিকাৰ দৰে শক্তিশালী দেশো এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে। বিশ্বৰ...
Read moreমেঘালয়ৰ প্ৰথমগৰাকী কোভিদ-১৯ত আক্ৰান্ত ৬৯ বছৰীয়া চিকিৎসক ৰোগীজনৰ আজি মৃত্যু হয়। ক’ৰ’নাত আক্ৰান্ত এই ৰোগীজনৰ নিশা প্ৰায় ২.৪৫ বজাত মৃত্যু...
Read moreসবত্ৰে ক'ৰ'না ভাইৰাছে ত্রাসৰ সৃষ্টি কৰিছে। আমেৰিকা, ইটালীৰ পিছত ভাৰততো শেহতীয়া ভাৱে ক'ৰ'না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। অসমতো ৩১...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd