• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰে’লৱেৰ নতুন নিয়ম : স্বেচ্ছামূলক অৱসৰ লোৱা কৰ্মচাৰীৰ সন্ততিয়ে ৰে’লৱেত আৰু নাপাব চাকৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 5, 2020 8:54 am

2 min read

railways22
938
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰে’লৱেত কৰ্মৰতম কৰ্মচাৰীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে এতিয়াৰ পৰা আৰু তেওঁলোকৰ সন্তানে লাভ নকৰিব ৰে’লৱেৰ চাকৰি।

উল্লেখ্য যে, লাৰ্জেছ আঁচনিৰ অধীনত ভাৰতীয় ৰে’লত কৰ্মৰত কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত সন্তানে ভাৰতীয় ৰে’লত চাকৰি লাভ কৰাৰ নিয়ম আছে। ৰে’লৱে ব’ৰ্ডে এই পুৰণি নিয়ম বিৰ্সজন দিয়া বুলি ঘোষণা কৰিছে।

ৰে’লৱেই ‘চেল্যুট’ নামৰ নুতন আঁচনিৰ অনুসৰি চালক আৰু টেকমেনৰূপে কৰ্মৰত কৰ্মচাৰীয়ে কামৰ হেঁচাৰ বাবে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিব পাৰিব।

পঞ্চাশ বছৰ বা তাৰ উৰ্দ্ধৰ ৰে’লৱেৰ কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলেও তেওঁলোকৰ সন্ততিয়ে ৰে’লৱেত চাকৰি লাভ নকৰিব বুলি এক নিৰ্দেশনা জাৰি কৰা হৈছে।

ৰে’লৱেৰ সূত্ৰই জানিবলৈ দিয়া অনসুৰি ৰে’লৱেৰ চাকৰি প্ৰাৰ্থীয়ে পূৰ্ব নিয়মৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হোৱাত আদালতে সেই নিয়ম খাৰিজ কৰিবলৈ নিৰ্দেশ দিছিল আৰু নিৰ্দেশৰ ভিত্তিতে পুৰণি নিয়ম বাতিল কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

এই নতুন নিয়ম অনুসৰি স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীয়ে চাকিৰ কাল(৬০ বছৰ)পৰ্যন্ত অর্ধেক বেতন আৰু ৰে’লৰ বিনামূলীয় ভ্ৰমণৰ সুবিধা সম্পূৰ্ণভাৱে লাভ কৰিব।

ৰে’লৱে ব’ৰ্ডৰ এই নতুন নীতিক বিৰোধ কৰিছে ৰে’লৱেৰ কৰ্মচাৰী সংগঠনসমূহে।

ৰ’লৱে ব’ৰ্ডক কৰ্মচাৰী সংকোচনৰ নতুন তথা কৌশলী নীতি গ্ৰহণ কৰা বুলি অভিযোগ তুলি ৰে’লৱে কৰ্মচাৰী ইউনিয়নবোৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd