• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লক্ষ্য ২০২১ৰ নিৰ্বাচন! : ৰাজ্যিক বিজেপিৰ নতুন কমিটি গঠন; কোন কোন হ’ল অন্তৰ্ভুক্ত?

মহিলাক অগ্ৰাধিকাৰ; গুৰুত্বপূৰ্ণ পদত পূৰ্বৰ বহুকেইখন মুখ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2020 2:02 pm
bjpp
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক বিজেপিৰ নতুন কমিটি গঠন কৰা হৈছে।

দিছপুৰ লাষ্টগেটস্থিত গড়কপ্তানি বিভাগৰ আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত বিজেপি বাৰ্তা উন্মোচন অনুষ্ঠানতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰে নতুন কমিটিখন।

Apply Now

এইবাৰৰ কমিটিখনত মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি ৰঞ্জিত দাসে দাবী কৰাৰ লগতে ২০ জনীয়া কমিটিৰ ৬ টাকৈ গুৰুত্বপূৰ্ণ পদত মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ সদৰী কৰে।

কমিটিৰ পুৰুষৰ উপ সভাপতি পদত প্ৰাক্তন আয়ুক্ত তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মুখপাত্ৰ স্বপ্ননীল বৰুৱা। ১৯৯৪ চনৰ পৰা বিজেপিৰ সৈতে জৰিত হৈ থকা কাৰ্বিআংলংৰ ৰতন তেৰণ, প্ৰাক্তন সাধাৰণ সম্পাদক পুলক গোহাঁই, প্ৰাক্তন ৰাজ্যিক মুখপাত্ৰ জয়ন্ত দাস আৰু জয়ন্ত মল্ল বৰুৱাও উপ সভাপতি পদত অধিষ্ঠিত হৈছে।

ইয়াৰোপৰি, মহিলা উপ সভানেত্ৰী পদত ডিব্ৰুগড়ৰ ড০ হেমপ্ৰভা বৰঠাকুৰ, মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী বিজুলী কলিতা মেধি, প্ৰাক্তন অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োক নিয়োগ কৰা হৈছে।

আনহাতে, সাধাৰণ সম্পাদক পদত তিনিগৰাকীকৈ সাংসদক দায়িত্ব দিয়া হৈছে। শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰৰ সাংসদ পল্লৱলোচন দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে।

সাধাৰণ সম্পাদকসকলে বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰঞ্জিত দাসে উল্লেখ কৰে।

সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে পূৰ্বৰ ফনীন্দ্ৰ নাথ শৰ্মাকে দায়িত্ব দিয়া হৈছে।

কোষাধ্যক্ষ হিচাপেও পূৰ্বৰ ৰাজকুমাৰ শৰ্মাক দায়িত্ব দিয়া হৈছে।

সহ কোষাধ্যক্ষ পদত মনোজ সাৰাদক দায়িত্ব দিয়া হৈছে।

সম্পাদক হিচাপে পুনৰবাৰ দায়িত্ব দিয়া হৈছে দীপলু ৰঞ্জন শৰ্মা আৰু কিশোৰ উপাধ্যায়ক। তেওঁলোকৰ লগতে নতুনকৈ কন্ঠশিল্পী কৃষ্ণমণি চুতীয়া, সুকুমাৰ বিশ্বাস, বেনুধৰ নাথ, তৰংগ গগৈ,  ৰ’চি ৰয়(সম্পাদিকা) অকণি গগৈ (সম্পাদিকা) আৰু ৰূপামণি দাস(সম্পাদিকা)ক দায়িত্ব দিয়া হৈছে।

ইয়াৰোপৰি, যুৱ মৰ্চাৰ সভাপতি হিচাপে পুনৰ অনুপ বৰ্মণকে দায়িত্ব দিয়া হৈছে।

মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে অধিবক্তা অপৰাজিতা ভুঞাক দায়িত্ব দিয়া হৈছে।

অনুসূচিত জনজাতিৰ সভাপতি হিচাপে হৰেণ দেউৰী, অনুসূচিত জাতিৰ সভাপতি নবাৰুণ মেধি, OBC মৰ্চাৰ সভাপতি বিতোপন ৰায় দিহিঙ্গীয়া, কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে মোক্তাব হুছেইন খানক দায়িত্ব দিয়া হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd