• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমুখ সমৰত দুই ৰাজ্য! : সুশান্তৰ আত্মহত্যাৰ তদন্তৰ চিবিআইক অর্পণ কৰিব বিহাৰ চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2020 4:26 pm
index.jpgm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই দুখন ৰাজ্যৰ চৰকাৰৰ মাজতো বৃদ্ধি কৰিব নেকি সংঘাত!

এই প্ৰশ্নৰ উদ্ৰেক কৰিছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাকলৈ লোৱা মহাৰাষ্ট্ৰ আৰু বিহাৰ চৰকাৰৰ শেহতীয়া স্থিতিয়ে।

Apply Now

উল্লেখ্য যে, যোৱা ১৪ জুনত মুম্বাইতস্থিত ফ্লেটত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল।

ইয়াৰ পিছতে বলিউদত তোলপাৰ লাগিছিল। সুশান্তৰ অনুৰাগীৰ লগতে দেশৰ বহু সচেতন লোকে এই আত্মহত্যাৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰাৰ বাবে দাবী কৰিছিল।

আনকি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মহাৰাষ্ট্ৰ চৰকাৰলৈ ইয়াৰ তদন্তৰ ভাৰ চিবিআইক দিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

ইমানৰ পিছতো মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই আৰক্ষীৰ ওপৰত আস্থা ৰাখি এই তদন্ত চিবিআইক দিয়া নহয় বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে হঠাতে এই আত্মহত্যাৰ ঘটনা ক্ৰমে অন্য মোৰ লয়।

সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেবাটাও অভিযোগসহ বিভিন্ন ধাৰাত পাটনাত গোচৰ ৰুজু কৰে।

এই এজাহাৰ ভিত্তিত বিহাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হয় আৰু এই সম্ভেদ পোৱাৰ মাত্ৰকে অভিযুক্ত ৰীয়া চক্ৰৱৰ্তীয়ে আত্মগোপন কৰে।

ইফালে মুম্বাই উপস্থিত হোৱা বিহাৰ আৰক্ষীক মুম্বাই আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰ অসহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আনকি তদন্তৰ বাবে মুম্বাই উপস্থিত হোৱা বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক জোৰকৈ কোৱাৰেন্টাইন কৰিছে বিএমচিয়ে।

ইয়াৰ পিছতে মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত ব্যৱধান বৃদ্ধি পোৱাই নহয়, জুই পক্ষৰ মাজত আৰম্ভ হৈছে শীতল বিৰোধ।

ইয়াৰ প্ৰতিফলন ঘটিছে দুই ৰাজ্যৰ ৰাজ্য চৰকাৰৰ মাজতো।

ইফালে মুম্বাই আৰক্ষীয়ে তদন্তৰ নামত একোৱেই কৰা নাই বুলি অভিযোগ তুলি পুনৰ এই ঘটনাৰ তদন্ত চিবিআইক দিয়াৰ দাবী উত্থাপন কৰিছে সুশান্তৰ পিতৃ কে কে সিঙে।

ইয়াৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত চিবিআইক দিবলৈ অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে।

এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ চেনেলক মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, “সুশান্তৰ পৰিয়ালে সন্মতি দিছে আৰু বিহাৰত ৰুজু কৰাৰ এজাহাৰৰ ভিত্তিতে চিবিআইক তদন্ত কৰিবলৈ অনুমোদন দিয়া হৈছে।”

উল্লেখ্য যে দুয়োখন ৰাজ্যৰ ৰাজ্য চৰকাৰ তথা আৰক্ষীৰ বিপৰীত মেৰুৱে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তক কেনেকৈ সম্পূৰ্ণ কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd