২৪ দিনত ৯০ খন প্ৰমাণপত্ৰ : উত্তৰ লখিমপুৰৰ স্কুলীয়া ছাত্ৰই গঢ়িলে বিশ্ব অভিলেখ
নাম তেওঁৰ কাৰ্তিকায়ন কাশ্যপ। উত্তৰ লখিমপুৰৰ ছেইন্ট মেৰীজ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিকায়নে শেহতীয়াকৈ গঢ়িবলৈ সক্ষম হৈছে এক বিশ্ব অভিলেখ।...
Read moreনাম তেওঁৰ কাৰ্তিকায়ন কাশ্যপ। উত্তৰ লখিমপুৰৰ ছেইন্ট মেৰীজ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিকায়নে শেহতীয়াকৈ গঢ়িবলৈ সক্ষম হৈছে এক বিশ্ব অভিলেখ।...
Read moreকৰ্ম উপাসনাৰ স্থল পবিত্ৰ কাৰ্যালয় কক্ষক এক প্ৰকাৰৰ পতিতালয়লৈ ৰুপান্তৰিত কৰা এজন কেবিনেট মন্ত্ৰীয়ে তেওঁৰ কৰ্মৰ ফল হাতে হাতে পালে।...
Read moreবাঘজান তৈলখাদত পুনৰ সংঘটিত হৈছে অঘটন। আজি দুৰপৰীয়া পুনৰ বিস্ফোৰণ সংঘটিত হৈছে বাঘজান তৈলখাদত। তৈল খাদটোত বিস্ফোৰণৰ লগতে সংঘটিত হৈছে...
Read moreক্ৰমাৎ ধৰ্ষণকে আদি কৰি বিভিন্ন অপৰাধজনিত কাণ্ড বৃদ্ধি পাইছে যোগী আদিত্যনাথৰ বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশত। এইবাৰ চলন্ত বাছত এগৰাকী...
Read moreউত্তৰ প্ৰদেশৰ গাজিয়াবাদত এজন সাংবাদিকক হত্যা কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বিৰোধীয়ে শাসনাধিষ্ঠ চৰকাৰক তীব্ৰ বাক্য বানেৰে সমালোচনা...
Read moreবি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ ভৱিষ্যত সম্পৰ্কে আজি দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব।...
Read moreজলদস্যু বিচৰাৰ অচিলালৈ ভাৰত মহাসাগৰৰ বুকুত ঘূৰি ফুৰিছে ‘ড্ৰেগনে’। সেয়ে ‘ড্ৰেগন’ক প্ৰতিহত কৰিবলৈ বুদ্ধি পাঙিছে ভাৰতে। ‘ড্ৰেগন’ অৰ্থাৎ চীনৰ যুদ্ধ...
Read moreঅসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়(DIPR)এ ভুৱা বাতৰি চিনাক্তকৰণৰ বিৰুদ্ধে উত্তৰ পূৰ্ব অন্যতম ডিজিটেল সংবাদ প্ৰতিষ্ঠান নৰ্থ ইষ্ট নাও-এ অসমৰ...
Read moreক’ৰ’ণাতংকই মানুহৰ দৈহিক,মানসিক,অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ দৰেই ধৰ্মীয় ক্ৰিয়া-ক লাপৰ ওপৰতো বাৰুকৈয়ে প্রভাৱ পেলাইছে। তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল অমৰনাথ...
Read moreবিপদত পৰিলে মানুহে মানুহক সহায় কৰে। এয়া স্বাভাৱিক কথা।ক’ৰ’ণাৰ মহা সংক্ৰমমৰ সময়তো বহুতে বহুতক সহায় কৰিছে। বহুতে চৰকাৰকো সহায় কৰিছে।...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd