• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‍‘প্ৰতিশ্ৰুতি আছিল ৰাম ৰাজ, হ’ল গুণ্ডা ৰাজ’, আদিত্যনাথক সমালোচনা ৰাহুল গান্ধীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 22, 2020 3:04 pm

1 min read

‍‘প্ৰতিশ্ৰুতি আছিল ৰাম ৰাজ, হ’ল গুণ্ডা ৰাজ’, আদিত্যনাথক সমালোচনা ৰাহুল গান্ধীৰ
8k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এজন সাংবাদিকক হত্যা কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বিৰোধীয়ে শাসনাধিষ্ঠ চৰকাৰক তীব্ৰ বাক্য বানেৰে সমালোচনা কৰাত ব্যস্ত হৈ পৰিছে।

এই হত্যাক লৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আদিত্যনাথ যোগী চৰকাৰক তীব্ৰ সমালোচনা কৰে।

লগতে পঢ়ক : ভতিজীৰ ওপৰত যৌন উৎপীড়ন : প্ৰতিবাদ কৰিবলৈ গৈ ৰাজপথত গুলীবিদ্ধ হ’ল সাংবাদিক

ৰাহুলে টুইট কৰি কয়, ‍‘নিজৰ ভতিজীৰ সৈতে হোৱা নিৰ্যাতন বিৰোধ কৰা বাবে সাংবাদিক বিক্ৰম যোশীক হত্যা কৰা হ’ল। শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো। প্ৰতিশ্ৰুতি আছিল ৰামৰাজ, দিলে গুণ্ডাৰাজ’।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে সাংবাদিক বিক্ৰম যোশীৰ পৰিয়ালে মৃতদেহ তেতিয়ালৈ চমজি নলয় যেতিয়ালৈকে হত্যাৰ মুখ্য আৰোপীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

লগতে পঢ়ক : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গাজিয়াবাদৰ গুলীবিদ্ধ সাংবাদিকে

উল্লেখ্য যে, সাংবাদিক বিক্ৰম যোশীৰ ভতিজীক যোৱা কিছুদিনৰ পৰা একাংশ লোকে নিৰ্যাতন চলাই আহিছিল। এই কথাৰ বাবে যোশীয়ে গাজিয়াবাদৰ থানা বিজয় নগৰত অভিযোগ দাখিল কৰে।

ইয়াৰ পিছত সোমবাৰে সন্ধিয়া বিক্ৰম যোশীয়ে নিজৰ কন্যাৰ সৈতে বাইকত আহি থাকোতে দুৰ্বৃত্তই ঘেৰাও কৰি লৈ গুলীয়াই।

লগে লগে তেওঁ যশোদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, আৰু বুধবাৰে তেওঁৰ মৃত্যু হয়।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd