প্ৰযুক্তি

নাছাৰ ‘নতুন আৱিস্কাৰ’ শিতানলৈ নিৰ্বাচিত অসমীয়া যুৱকৰ উদ্ভাৱন

উত্তৰ-গুৱাহাটীৰ চম্পক বৰা নামৰ এজন যুৱকে উদ্ভাৱন কৰা ‘অটোমেটিক কাউণ্টিং ডিভাইছ’ নামৰ এটা প্ৰকল্প‘নাছা’ই আয়োজন কৰা নতুন আবিস্কাৰৰ বাবে নিৰ্বাচিত...

Read moreDetails

টিক টক, হেল’লৈ জাননী প্ৰেৰণ, বন্ধ কৰাৰ সকীয়নি ভাৰত চৰকাৰৰ

চ’চিয়েল মিদিয়া প্লেটফৰ্ম টিক টক আৰু হেল’লৈ ভাৰত চৰকাৰৰ ইলেকত্ৰনিকছ আৰু আই টি মন্ত্ৰ্যালয়ে শেহতীয়াকৈ এক জাননী প্ৰেৰণ কৰিছে। বাতৰি...

Read moreDetails

ৱেগন আৰ ইলেকত্ৰিক: কম দামত আগবঢ়াব মাৰুতি ছুজুকিয়ে

ভাৰতত শেহতীয়াকৈ ইলেকত্ৰিক গাড়ীক লৈ বিভিন্ন অগ্ৰগতি চলি আছে। কিন্তু এনে গাড়ীৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত প্ৰধান সমস্যা হৈছে ইবোৰৰ দাম সাধাৰণ...

Read moreDetails

১৯ জুলাইত বজাৰত মুকলি হ’ব Oppo K3; দাম আৰু সবিশেষ জানিবৰ বাবে চাওক

জনপ্ৰিয় স্মাৰ্টফোন ব্ৰেণ্ড অ’প্পো (Oppo)-এ অহা ১৯ জুলাইত ভাৰতৰ মোবাইল ফোনৰ বজাৰত মুকলি কৰিব ইয়াৰ নতুন মডেল Oppo K3। Oppo...

Read moreDetails

বিস্ফোৰণৰ পৰা ফোনো বচাওক, নিজেও বাচক; দুটা মাৰাত্মক ভুল কেতিয়াও নকৰিব

স্মাৰ্টফোনটো এতিয়া প্ৰায় সকলোৰে জীৱনৰ এৰাব নোৱাৰা লগৰীয়া-- দুখ, সুখ, ভ্ৰমণ, বিবাহ, উৎসৱ সকলোতে নহ’লেই নহয়। কিন্তু গাতে লাগি থকা...

Read moreDetails

বজাৰত মুকলি হ’ল হুণ্ডাই কোনা (Hyundai Kona) : দাম, মাইলেজ, ডিজাইন, ৱাৰেণ্টি, চাৰ্জিং সুবিধা আদিৰ বিষয়ে জানক

অৱশেষত ভাৰতৰ বজাৰত মুকলি কৰি দিয়া হ’ল বহু প্ৰতিক্ষিত ইলেক্ট্ৰিক কাৰ হুণ্ডাই কোনা। ইলেক্ট্ৰিক এছ য়ু ভি কাৰখন ভাৰতৰ বিভিন্ন...

Read moreDetails

১৫ হাজাৰ টকাৰ ভিতৰত কোনটো ফোন কিনিব?

বজাৰত সম্প্ৰতি উপলব্ধ হৈছে আপোনাৰ স্মাৰ্ট ফোনৰ প্ৰয়োজন পুৰাব পৰা ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱাকৈ ভালেকেইটা মোবাইল ফোন। তলত ১৫,০০০...

Read moreDetails

১৭ তাৰিখে বজাৰত মুকলি হ’ব Redmi K20 আৰু Redmi K20 Pro – কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক

স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে জুলাই মাহত আছে কেইবাটাও ভাল খবৰ। বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই মাহৰ ১৭ তাৰিখে ভাৰতৰ মোবাইল...

Read moreDetails

জিঅ’ গিগাফাইবাৰ এফেক্ট – কেনেকৈ ৫০ Mbps আনলিমিটেড ব্ৰডবেণ্ড সেৱা উপভোগ কৰিব; চাওঁক

ঘৰুৱা ব্ৰডবেণ্ড সেৱাৰ ক্ষেত্ৰত নতুন সম্পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময় হৈছে কিয়নো চলিত বৰ্ষৰে শেষৰ পিনে কোনো এটা সময়ত ৰিলায়েন্স...

Read moreDetails

১৫ তাৰিখে বজাৰত মুকলি হ’ব Realme X-ৰ নতুন ফোন – কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক

স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে জুলাই মাহত আছে কেইবাটাও ভাল খবৰ। বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই মাহৰ ভিতৰত মোবাইল বজাৰলৈ আহি...

Read moreDetails
Page 56 of 57 1 55 56 57

Stay Connected

Recent News