শীর্ষ সংবাদ

ভাৰত এৰিলে ৫৩৭জন পাকিস্তানী নাগৰিকে; পাকিস্তানৰ পৰা উভতিল ৮৫০জন ভাৰতীয়

যোৱা ২৪ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈকে চাৰিটা দিনত পঞ্জাৱৰ অমৃতসৰৰ আটাৰী-ৱাঘা সীমান্তৰে ৯জন কূটনীতিবিদ আৰু চৰকাৰী বিষয়াসহ ৫৩৭জন পাকিস্তানী নাগৰিকে...

Read moreDetails

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত বাওঁপন্থী শিক্ষাৰ্থীজোটৰ বৃহৎ জয়, সন্তোষজনক নহয় ABVP-ৰ ফলাফল

দেওবাৰে সন্ধিয়া ঘোষণা কৰা হয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফল। ফলাফলত বাওঁপন্থী মিত্ৰজোঁটে শীৰ্ষ চাৰিটা পদৰ ভিতৰত তিনিটা...

Read moreDetails

ভাৰতৰ বিৰুদ্ধে উচটনি! ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰতে

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই চেনেলসমূহৰ মুঠ ৬৩ নিযুত...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা-ৰাইজৰ ৰোষ; তামিলনাডু মন্ত্ৰীসভাৰ পৰা বাদ পৰিল ছেন্থিল বালাজী-পনমুডী

দ্ৰাবিড়া মুনেত্ৰ কাঝাগাম (ডিএমকে) নেতৃত্বাধীন তামিলনাডু চৰকাৰে ২০২১ চনৰ মে’ মাহত ক্ষমতালৈ অহাৰ পিছত দেওবাৰে (২৭ এপ্ৰিল) ষষ্ঠবাৰৰ বাবে কেবিনেট...

Read moreDetails

ক্ৰুনাল-কোহলীৰ দুৰ্দান্ত বেটিঙেৰে দিল্লী জয় বেংগালুৰুৰ; পইন্ট তালিকাৰ শীৰ্ষত আৰ চি বি

দিল্লীৰ বিৰুদ্ধে সহজ জয়েৰে লীগ তালিকাৰ শীৰ্ষত উঠিল আৰ চি বি। দেওবাৰে সন্ধিয়া ভুৱনেশ্বৰ কুমাৰ আৰু জোছ হেজলউডৰ অনবদ্য বলিঙৰ...

Read moreDetails

নেহৰুৰ সিন্ধু জল চুক্তি ভাৰতৰ ইতিহাসৰ ‘আটাইতকৈ ডাঙৰ ভুল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰতৰ হৈ পৰিছে উত্তেজনা। ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ দৰে কঠোৰ...

Read moreDetails

এন আৰ চি নথকা আধাৰ কাৰ্ডধাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ত নাম অন্তৰ্ভুক্ত নোহোৱা বা তাৰ বাবে আবেদন নকৰা আধাৰ কাৰ্ডধাৰীৰ...

Read moreDetails

বিনা খাদ্য আৰু নিদ্ৰা অবিহনে ৯৪ ঘণ্টা ধৰি ৩২১ কিলোমিটাৰ দৌৰি অভিলেখ সৃষ্টি সুকান্ত সিঙৰ

ভাৰতীয় আল্ট্ৰা মাৰাথন দৌৰবিদ সুকান্ত সিঙে টোপনি নোহোৱাকৈ মাত্ৰ ৯৪ ঘণ্টাত ৩২১ কিলোমিটাৰ দৌৰি অভিলেখ ভংগ কৰিছে। উত্তৰাখণ্ডৰ ৩৭ বছৰীয়া...

Read moreDetails

ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ, মুখত ক’লা কাপোৰ বান্ধি আক্ৰমণ দুর্বৃত্তৰ

ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ৷ মুখত ক’লা কাপোৰ বান্ধি ৰডেৰে আক্ৰমণ দুৰ্বৃত্তৰ৷...

Read moreDetails

ন্যায়াধীশৰ অভাৱৰ বাবে অমীমাংসিত বহু সংখ্যক গোচৰ: দিল্লী উচ্চ ন্যায়ালয়

দিল্লী উচ্চ ন্যায়ালয়ে জনসংখ্যাৰ তুলনাত ন্যায়াধীশৰ অভাৱৰ বাবে বহু গোচৰৰ শুনানি নোহোৱাকৈ থকাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। বিচাৰধীন গোচৰৰ সংখ্যা...

Read moreDetails
Page 1013 of 5975 1 … 1,012 1,013 1,014 … 5,975

Stay Connected

Recent News