শীর্ষ সংবাদ

ৰাজ্যসভালৈ যাব কেজৰিৱাল! পঞ্জাৱৰ লুধিয়ানা-পশ্চিম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা

আপৰ বিধায়ক গুৰপ্ৰীত গগীৰ মৃত্যুৰ পিছতে নিৰ্বাচন আয়োগে লুধিয়ানাত উপ-নিৰ্বাচনৰ বাবে এক অধিসূচনা জাৰি কৰিছে। আপে তাত দলীয় ৰাজ্যসভাৰ সদস্য...

Read moreDetails

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়

কালি অৰ্থাৎ ৪ এপ্ৰিলত অসমৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ৩৬খন আসনৰ ভিতৰত ৩৩খন...

Read moreDetails

ঋতুস্ৰাৱৰ বাবে কৰিব নোৱাৰিলে নৱৰাত্ৰিৰ পূজা : চৰম হতাশাত বিষপান কৰি মৃত্যু মহিলাৰ

সমাজত এতিয়াও ঋতুস্ৰাৱক লৈ বহু কুসংস্কাৰ আৰু অস্পৃশ্যতা আছে। যিমান সজাগতা অভিযান চলালেও যেন এই সজাগতাৰ বাৰ্তা পৰাগৈ নাই একাংশ...

Read moreDetails

উত্তৰ পূব সীমান্ত ৰে’লৱেই চলাব তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল, পূৰ্বৰ বিশেষ ৰে’লৰ সময়সীমাও সম্প্ৰসাৰণ

আগন্তুক গ্ৰীষ্মকালত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, তলত উল্লেখ কৰা অনুসৰি তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত লোৱা হৈছে।...

Read moreDetails

ৰাজনৈতিক অদূৰদৰ্শিতাৰ বলি শিক্ষাৰ্থী! পঞ্চায়ত নিৰ্বাচনৰ বাবে বাতিল কৰা হ’ল একাদশ শ্ৰেণীৰ পৰীক্ষা

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰিব। শিক্ষামন্ত্ৰী...

Read moreDetails

কংগ্ৰেছৰ নতুন পদক্ষেপ! আৰম্ভ কৰিছে ড° মনমোহন সিং ফেল’শ্বিপ কাৰ্যসূচী

নতুন প্ৰজন্মৰ নেতৃত্ব গঢ়ি তোলাৰ বাবে আৰু ৰাজনীতিত পেছাদাৰী সকলৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কংগ্ৰেছ দলে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন...

Read moreDetails

ম্যানমাৰৰ পিছত এইবাৰ দিল্লী : ৫ ৰিখটাৰ স্কেলৰ ভূইকঁপে কঁপাই গ’ল উত্তৰ ভাৰত

দিল্লী, নয়ডাকে ধৰি এক বৃহৎ অঞ্চল কঁপাই গ’ল ভূমিকম্পই। জানিব পৰা মতে, এই ভূমিকম্পৰ কেন্দ্ৰ নেপাল। উল্লেখ্য যে বিগত কেইমাহমানত...

Read moreDetails

‘ৰঙালী’ মেলাত শ্যামকানু মহন্তৰ বাউন্সাৰৰ গুণ্ডাগিৰি; ডিঙিত ধৰি চোচৰালে যুৱকক

ইতিবাচক দৃষ্টিৰে অসমখন চোৱাৰ দাবী কৰা শ্যামকানু্ মহন্তৰ ‘’ৰঙালী’’ শীৰ্ষক মেলাত অঘটন৷ উদ্যমী হিচাপে খ্যাত শ্যামকানু মহন্তৰ বিশেষ প্ৰচেষ্টাত TREND...

Read moreDetails

ইউৰোপৰ সৈতে শক্তিশালী হ’ব ভাৰতৰ বন্ধুত্ব : সুদীৰ্ঘ তিনি দশকৰ পিছত পৰ্তুগাল-শ্লোভাকিয়ালৈ ভ্ৰমণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ

ইউৰোপৰ সৈতে শক্তিশালী হ’ব ভাৰতৰ বন্ধুত্ব : সুদীৰ্ঘ তিনি দশকৰ পিছত পৰ্তুগাল-শ্লোভাকিয়ালৈ ভ্ৰমণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ইউৰোপৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক...

Read moreDetails

ডিজনীলেণ্ডত অগ্নিকাণ্ড, ক’লা ধোঁৱাই আগুৰি ধৰে সমগ্ৰ অঞ্চলটো; কি ঘটিল?

ৰাতিপুৱাই ডিজনীলেণ্ডত অগ্নিকাণ্ড। কেলিফৰ্ণিয়াৰ আনাহাইমৰ ডিজনীলেণ্ড ৰিজৰ্টত সংঘটিত হয় এই ঘটনা। স্থানীয় সময় অনুসৰি শুকুৰবাৰে পুৱা ৰিজ’ৰ্টখনৰ পাৰ্কিং ল’টত সংঘটিত...

Read moreDetails
Page 1012 of 5929 1 1,011 1,012 1,013 5,929

Stay Connected

Recent News