শীর্ষ সংবাদ

১৯৯খন দেশৰ ভিতৰত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং ১৪৮ লৈ হ্ৰাস

বৃহস্পতিবাৰে প্ৰকাশ পোৱা ন’মাড কেপিটেলিষ্ট পাছপ’ৰ্ট ইনডেক্স ২০২৫ অনুসৰি ভাৰতে যোৱা বছৰৰ ১৪৭ নম্বৰ স্থানৰ পৰা ১৪৮ নম্বৰ স্থানলৈ নামি...

Read moreDetails

ৱাকফ বিধেয়ক গৃহীত হোৱাৰ পাছত কেথলিক গীৰ্জাৰ ভূমিৰ ওপৰত চকু RSS-ৰ!

শেহতীয়াকৈ ৪ এপ্ৰিলত সংসদত ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মহলৰ ভিতৰত ভাৰতৰ কেথলিক গীৰ্জাৰ ভূমিৰ...

Read moreDetails

ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত অসম চৰকাৰৰ শোচনীয় শিক্ষা ব্যৱস্থা! তীব্ৰ সমালোচনা এবছুৰ

সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে গুণোৎসৱ-২০২৫ পৰীক্ষাত বিশেষকৈ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন লগতে কাৰ্বি আংলং আৰু ডিমহাচাও জিলাৰ ছাত্ৰ-ছাত্ৰীৰ...

Read moreDetails

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পত্নীৰ নিৰাপত্তা হ্ৰাস কেন্দ্ৰৰ

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পত্নী গুৰশৰণ সিঙৰ নিৰাপত্তা হ্ৰাস কৰাৰ সিদ্ধান্ত নৰেন্দ্ৰ মোদী চৰকাৰৰ। অৱসৰৰ পাছত  প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আৰু...

Read moreDetails

অবৈধ সম্পৰ্কৰ সন্দেহত পত্নীক হাতুৰীৰে প্ৰহাৰ কৰি হত্যা স্বামীৰ! পিতৃক আৰক্ষীৰ হাতত গতাই দিলে পুত্ৰই

নয়ডাত এজন লোকে পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহ কৰি হাতুৰীৰে হত্যা কৰে এগৰাকী মহিলাক।যাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে...

Read moreDetails

চৰকাৰক সমালোচনা কৰিলে বহিষ্কৃত কৰা হ’ব দেশৰ পৰা! নতুন অনুপ্ৰৱেশ আইনৰ অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়ত দুয়োখন সদনতে গৃহীত বহু চৰ্চিত ‘অনুপ্ৰৱেশ আৰু বিদেশী নাগৰিক (সংশোধনী) বিধেয়ক’। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰ প্ৰদানৰ...

Read moreDetails

অভিনৱ উদ্ভাৱণ! চাউলৰ দানাতকৈও সৰু পেচমেকাৰ প্ৰস্তুত কৰি উলিয়ালে বিজ্ঞানীসকলে

আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চাউলৰ দানাতকৈও সৰু পেচমেকাৰ উদ্ভাৱণ কৰিছে। এইটো মাত্ৰ ৩.৫ মিলিমিটাৰ দীঘল, ১.৮ মিলিমিটাৰ বহল...

Read moreDetails

মহাকাশলৈ যাব আমৰিকান সংগীতশিল্পী কেটি পেৰী! কিদৰে যাব ‘কুইন অৱ্ প’প’?

২০২৫ চনৰ ১৪ এপ্ৰিলত পপ আইকন কেটি পেৰীয়ে ব্লু অৰিজিনৰ নিউ শ্বেপাৰ্ড মহাকাশযানত সৰ্বমহিলা ক্ৰুৰ অংশ হিচাপে ইতিহাস ৰচনা কৰিব।...

Read moreDetails

স্বাধীনতা লাভ কৰা ৮০ বছৰ হ’ল তথাপিও পৰ্যাপ্ত চৰকাৰী চাকৰিৰ ব্যৱস্থা নাই: উচ্চতম ন্যায়ালয়

‘আমি প্ৰায় ৮০ বছৰীয়া দৰিদ্ৰতাৰ যাত্ৰাত নামিবলৈ ওলাইছো। কিন্তু, এতিয়ালৈকে আমি যোগ্য প্ৰাৰ্থীৰ বাবে পৰ্যাপ্ত চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিব পৰা...

Read moreDetails

পত্নীক হত্যাৰ অপৰাধত কাৰাবাস খাটিছিল স্বামীয়ে; হঠাৎ পৰপুৰুষৰ সৈতে দেখা গ’ল ‘মৃতা’ক, তাৰপিছত…

পত্নীক হত্যা কৰাৰ অপৰাধত কাৰাবাস খাটিছিল। হঠাৎ তেওঁ গম পালে যে তেওঁৰ পত্নী জীয়াই আছে আৰু আন এজন পুৰুষৰ লগত...

Read moreDetails
Page 1011 of 5929 1 1,010 1,011 1,012 5,929

Stay Connected

Recent News