• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 11:16 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্তৃপক্ষই শ্ৰীনগৰৰ জামা মছজিদ আৰু ঈদগাহত ঈদ উদযাপনৰ অনুমতি নিদিলে। এই সিদ্ধান্তই মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাৰ সমালোচনাৰ সন্মুখীন হৈছে।

মছজিদ পৰিচালনা কৰা অঞ্জুমান আউকাফ জামা মছজিদে এক বিবৃতিত কয় যে “মছজিদৰ গেট বন্ধ কৰি বাহিৰত আৰক্ষী জোৱান মোতায়েন কৰি ঈদগাহ শ্ৰীনগৰৰ লগতে ঐতিহাসিক জামা মছজিদত পুনৰবাৰ ঈদ-উল-আদাৰ নামাজত কৰ্তৃপক্ষই অনুমতি নাকচ কৰা বুলি জনাবলৈ পাই গভীৰ দুখ প্ৰকাশ কৰিছো।”

Apply Now

ইপিনে, “আজি পুৱা ফজৰৰ নামাজতো জামা মছজিদত অনুমতি দিয়া হোৱা নাছিল কাৰণ গেটবোৰ বন্ধ হৈ আছিল।”

নামাজ পঢ়াৰ পিছত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সংবাদ মাধ্যমৰ আগত কয় যে, আকৌ এবাৰ জামা মছজিদত নামাজ পঢ়াৰ অনুমতি নিদিয়াটো দুৰ্ভাগ্যজনক। “এই সিদ্ধান্তৰ আঁৰৰ কাৰণ মই নাজানো কিন্তু আমাৰ নিজৰ মানুহক বিশ্বাস কৰাৰ প্ৰয়োজন আছে। এইসকল লোকেই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল। চৰকাৰে জামা মছজিদত নামাজৰ অনুমতি দিয়া উচিত।”

পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী ইলতিজা মুফতিয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয়, ‘ইদ আল আদাৰ শুভ উপলক্ষে মিৰৱাজ চাহাবক আটক কৰাটো দুখজনক আৰু একেবাৰে নিৰ্দয়। জামা মছজিদৰ দুৱাৰতো তলাবন্ধ কৰা হৈছে। সচৰাচৰৰ দৰে এন চি চৰকাৰ মৌন। ভাৰতৰ একমাত্ৰ মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যখনত মুছলমানসকলক তেওঁলোকৰ প্ৰাৰ্থনা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আমি ইয়াৰ উত্তৰ দাবী কৰিছো।”

মিৰৱাজ উমৰ ফাৰুকেও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই পদক্ষেপক গৰিহণা দিয়ে।

তেওঁ কয়, “ঈদ মুবাৰক! আকৌ এবাৰ কাশ্মীৰ দুখজনক বাস্তৱত জাগ্ৰত: একেৰাহে সপ্তম বছৰৰ বাবে ঈদগাহত কোনো ঈদৰ নামাজ নহয় আৰু জামা মছজিদত তলা লগোৱা হয়। মইও মোৰ ঘৰত আবদ্ধ হৈ আছো। মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত মুছলমানসকলে আনকি সমগ্ৰ বিশ্বতে পালন কৰা তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠানতো নামাজ পঢ়াৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হয়! কি লজ্জাজনক যেতিয়া আমাৰ ওপৰত শাসন চলোৱাসকল তথা জনসাধাৰণে নিৰ্বাচিত কৰাসকল আমাৰ অধিকাৰ বাৰে বাৰে ভৰিৰে মোহাৰি যোৱাৰ পিছতো মৌন হৈ থাকে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd