মঙলবাৰে পুৱা অইল ইণ্ডিয়াৰ প্ৰাক্তন মহাপ্ৰৱন্ধক পোনানন্দ বৰোগাহাঁইৰ ৭২ বছৰৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। কিছু বছৰ...
Read moreDetailsএক ভয়ংকৰ অভিযোগ। মুম্বাইৰ বিখ্যাত লীলাৱতী চিকিৎসালয়ত ক’লা যাদু চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ চিকিৎসালয়ৰ চৌহদত মানুহৰ মূৰৰ খুলি, হাড়,...
Read moreDetailsড’নাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালত যিটো বিষয়ত আটাইতকৈ বেছি গুৰুত্ব দিছিল সেয়া হৈছে শুল্ক। তেওঁ সদায় পাৰস্পৰিক শুল্কৰ কথা কৈছিল, য’ত...
Read moreDetailsগুজৰাট বিধানসভাত মঙলবাৰে বনমন্ত্ৰী মুলু ভাই বেৰাই কয় যে বিগত দুবছৰত ৰাজ্যখনত ২৮৬টা এছিয়াটিক সিংহ আৰু ৪৫৬টা নাহৰফুটুকীৰ মৃত্যু হৈছে।...
Read moreDetails২০২১-২২ চনৰ পৰা ২০২৪-২৫ চনৰ ডিচেম্বৰ মাহলৈকে অসমলৈ মুঠ ২ কোটি ৪৩ লাখ ৬৪ হাজাৰ ১৮০ জন পৰ্যটকে ভ্ৰমণ কৰিছে।...
Read moreDetails১১ মাৰ্চত এয়াৰটেলে ভাৰতলৈ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছিল। সেই ঘটনাৰ এদিন পিছতে মুকেশ আম্বানীৰ...
Read moreDetailsডিব্ৰুগড়ৰ ৰমাইঘাটত সংঘটিত এক নৃশংস ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডাইনীৰ সন্দেহত এগৰাকী মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। জানিব...
Read moreDetailsডুমডুমা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত ৩ মাৰ্চ,২০২৫ৰ পৰা ৯ মাৰ্চ, ২০২৫ লৈকে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সপ্তাহজোৰা উদযাপন কৰা হয়।মহিলা...
Read moreDetailsচৰকাৰী চাকৰি এটা পাবলৈ হ’লে প্ৰথমে তামিল পঢ়িব আৰু লিখিব জানিব লাগিব। এই নিৰ্দেশ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে দিছে।...
Read moreDetailsপ্ৰধান মন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছে নেকি একনায়কত্ববাদ? কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ক অন্ধকাৰত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd