শীর্ষ সংবাদ

গুৱাহাটীত আটক “ভুৱা চিকিৎসক”, বছৰ বছৰ ধৰি চলাই আহিছিল ক্লিনিক

বুধবাৰে গুৱাহাটীত এজন লোকক চিকিৎসকৰ পৰিচয়েৰে অনুমোদন অবিহনে ক্লিনিক চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে। অভিযুক্তৰ নাম এন কে মিশ্ৰ। আন...

Read moreDetails

বানত বিপৰ্যস্ত ৰাজ্য! মৃত্যুৰ সংখ্যা ৮৪ লৈ বৃদ্ধি; এতিয়াও গৃহহীন হৈ আছে হাজাৰ হাজাৰ লোক

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈয়েই আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৫ জন লোকে...

Read moreDetails

ডিগবৈৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ ওপৰত খহি পৰিল শ্ৰেণীকোঠাৰ ফেন, আহত দুই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

বুধবাৰে বিয়লি শ্ৰেণীকোঠাৰ চিলিং ফেন খহি পৰাত তিনিচুকীয়াৰ ডিগবৈৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ দুগৰাকী শিক্ষাৰ্থী আহত হয়। খবৰ অনুসৰি এজন...

Read moreDetails

গুৱাহাটী বিমানবন্দৰৰ ছাদত ফুটা, ঝৰঝৰকৈ পৰিছে পানী! সঘন বিপৰ্যয়ৰ বাবে দায়ী আদানী, সৰৱ বিৰোধী

গুৱাহাটী বিমানবন্দৰত আন এক বিপৰ্যয়! তিনিমাহ পূৰ্বে প্ৰবল ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ ছাদৰ এটা অংশ ভাঙি পৰিছিল। এইবাৰ...

Read moreDetails

ছ’চিয়েল মিডিয়াত ছহিদ সেনাৰ পত্নীক অশ্লীল মন্তব্য! ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কঠোৰ ব্যৱস্থা

বিয়াৰ কেইমাহমানৰ ভিতৰতে স্বামীক হেৰুৱাই পেলোৱা এগৰাকী মহিলা। ছিয়াচেন আৰ্মী কেম্পত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত সেনা বিষয়াজনে প্ৰাণ হেৰুৱাই।...

Read moreDetails

গুজৰাটত আদানীৰ মাটি বেদখল! হাইকোৰ্টৰ ৰায়দানত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গুজৰাটৰ কচ্চত অবৈধ ভূমি অধিগ্ৰহণৰ গোচৰত উচ্চতম ন্যায়ালয়ে আদানী গোটক সকাহ প্ৰদান কৰে। বুধবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ...

Read moreDetails

পঞ্জাবৰ ভাৰত-পাক সীমান্তৰ পৰা জব্দ ১২৬ খন ড্ৰোন; উদ্ধাৰ প্ৰচুৰ পৰিমাণৰ ড্ৰাগছো

সীমান্ত সুৰক্ষা বাহিনীয়ে বিগত ৬ মাহত পঞ্জাবৰ ভাৰত-পাক সীমান্তৰ পৰা ১২৬ খন ড্ৰ’ন জব্দ কৰে। একে সময়তে বৃহৎ পৰিমাণৰ ড্ৰাগছো...

Read moreDetails

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুৰ্নীতিৰ অভিযুক্তৰ তালিকাত ৰাজনৈতিক দলৰ নাম; আপৰ বিৰুদ্ধে ৪৫কোটি টকা লোৱাৰ অভিযোগ ইডিৰ

দিল্লী সুৰা গোচৰত ৰাজধানী ৰাউজ এভিনিউ আদালতত বলবৎকাৰী সঞ্চালকালয় বা ইডিয়ে সম্পূৰ্ণ চাৰ্জশ্বীট দাখিল কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু আম আদমি...

Read moreDetails

বিহাৰত পুনৰ ভাঙি পৰিল দলং; তিনি সপ্তাহত ১৩খনলৈ বৃদ্ধি পালে সংখ্যা

বিহাৰত পুনৰ ভাঙি পৰিল দলং। তিনি সপ্তাহৰ ভিতৰতে নীতিশ কুমাৰৰ ৰাজ্যত ১৩খন দলং ভাঙি পৰিছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা...

Read moreDetails

বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাও ভৰণপোষণৰ খৰচৰ বাবে যোগ্য- উচ্চতম ন্যায়ালয়ৰ ৰায়

অবিবাহিত মুছলমান মহিলাও ভৰণপোষণৰ খৰচৰ বাবে যোগ্য। ভাৰতীয় দণ্ডবিধিৰ ১২৫ নং ধাৰাত বিবাহবিচ্ছেদ হোৱা মুছলমান মহিলাই আদালতত জীৱিকাৰ ধন দাবী...

Read moreDetails
Page 1465 of 5921 1 1,464 1,465 1,466 5,921

Stay Connected

Recent News