শীর্ষ সংবাদ

“শিক্ষা সেতু” এপৰ নামত অৰাজক অৱস্থা চলিছে শিক্ষানুষ্ঠানত ; নিম্নমানৰ টেবলেট যোগানেৰে ভয়ংকৰ কেলেংকাৰীত লিপ্ত হৈছে শিক্ষা বিভাগঃ ডি ৱাই এফ আই

শিক্ষকসমাজৰ যুক্তিপূৰ্ণ দাবীক আওকাণ কৰি জোৰ-জুলুমকৈ শিক্ষা সেতু এপ জাপি দিয়াৰ ফলত শিক্ষা বিভাগত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। শিক্ষা বিভাগে...

Read moreDetails

পুনৰ ২৯ মে’ৰ পৰা ১ জুনলৈ ৰাধিকা-অনন্তৰ প্ৰি-ৱেডিং পাৰ্টী; ইটালীত আৰম্ভণি হৈ ছুইজাৰলেণ্ডত হ’ব অনুষ্ঠানৰ সামৰণি

২৯ মে’ৰ পৰা আৰম্ভ হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ কাউণ্টডাউন৷ ২৯মে’ৰ পৰা ১ জুনলৈকে চলিব এই প্ৰাক্‌-বিবাহ অনুষ্ঠান।ইটালীত...

Read moreDetails

Covaxin পাৰ্শ্বক্ৰিয়া মুক্ত, ক্ষমা খুজিব লাগে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে: কেন্দ্ৰীয় সংস্থা আইচিএমআৰৰ দাবী

দেশত নিৰ্মিত কৰ’না ভেকচিন Covaxin ৰ ‘দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়া’ সন্দৰ্ভত অভিযোগ নাকচ কৰিলে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে! ইয়াৰ বিপৰীতে ICMRয়ে...

Read moreDetails

ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; ১৯জন শ্ৰমিকৰ মৃত্যু

ছত্তীশগড়ত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা৷এই দুৰ্ঘটনাত ১৯ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে৷ ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে...

Read moreDetails

দেশৰ যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে মোদীৰ অৱসৰ অতি প্ৰয়োজনীয় – ৰাহুল গান্ধী

দেশৰ নিবনুৱা সমস্যাক লৈ পুনৰবাৰ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। নিজৰ এক্স হেণ্ডেলত লিখা এটা...

Read moreDetails

৪০০ আসন পাৰ কৰি হৈছিল প্ৰধানমন্ত্ৰী : আজি ৰাজীৱ গান্ধীৰ ৩৩ তম মৃত্যু দিৱস

আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ এক শোকাৱহ দিন। ১৯৯১ চনৰ ২১ মে’ অৰ্থাৎ আজিৰ দিনটোতেই হত্যাৰ বলি হৈছিল ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী...

Read moreDetails

ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ‘মেৰু’ৱে; ফাৰ্ষ্ট ক্লাছ AC ডবাত বহি ঘৰমুৱা হ’ল দেশভক্ত

ভাৰতীয় সেনাৰ পৰা অৱসৰ লোৱাৰ পাছত সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা কুকুৰ। আচলতে অৱসৰৰ পাছত এই কুকুৰটোৱে ৰেলৰ...

Read moreDetails

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস : চাহ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস । প্ৰতি বছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয়।  ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু...

Read moreDetails

মেঘালয়ত চলিছে ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন; ৩ বছৰৰ পিছত কৰা হৈছে আয়োজন

মেঘালয়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত ৭ম সংস্কৰণৰ যৌথ সামৰিক অনুশীলন `শক্তি’ৰ আয়োজন কৰা হৈছে। এই যৌথ সামৰিক অনুশীলন মেঘালয়ৰ উমৰইত...

Read moreDetails

প্ৰেমৰ ভয়ানক পৰিভাষা! ধেমালিয়েই হ’ল কাল; প্ৰেমিকাৰ ছলনাত পৰি সৰ্বনাশ মাতিলে প্ৰেমিকে

এগৰাকী মাতৃৰ এটা ফেচবুক পোষ্টে কঁপাইছে অসম। প্ৰেমৰ অপৰিপক্কতাই প্ৰাণ ল’লে এটি সদ্যোৰ্ত্তীণ যুৱকৰ। প্ৰেয়সীৰ ব্লেকমেইলৰ বলি হৈ যুৱকজনে আত্মহত্যাৰ...

Read moreDetails
Page 1623 of 6003 1 … 1,622 1,623 1,624 … 6,003

Stay Connected

Recent News