তেওঁক ‘দ্য মেন ইন দ্য আইৰন লাং’ নামেৰে জনা গৈছিল। বিশেষ ধৰণে তেওঁৰ শৰীৰত নিহিত হৈ থকা লোহাৰ হাওঁফাওঁৰ বাবেই...
Read moreDetailsবুধবাৰে অসমৰ বিশ্বনাথত বিহ ব্যৱহাৰ কৰি পৰিভ্ৰমী চৰাই হত্যাৰ অভিযোগত অভিযুক্ত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী...
Read moreDetailsনাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়াও ঘূৰাই লোৱা নহ’ব বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত...
Read moreDetailsবুধবাৰৰ দিনটো আছিল ষ্টক মাৰ্কেটত বছৰৰ আটাইতকৈ বেয়া দিন। মাত্ৰ ৬ ঘণ্টাত বিপুল পতনৰ ফলত বিনিয়োগকাৰীসকলৰ ১৩ লাখ কোটি টকাৰ...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে কেইবাটাও হিংস্ৰ জাতৰ কুকুৰ আমদানি, প্ৰজনন আৰু বিক্ৰীৰ ক্ষেত্ৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰিছে। কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত এই হিংস্ৰ...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে শাসকীয় দল বিজেপিয়ে। দ্বিতীয়খন তালিকাত দলটোৱে ৭২ টা সমষ্টিৰ বাবে...
Read moreDetailsআজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই। জাতি, মাটি,...
Read moreDetailsআজি গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত নেহেৰু পাৰ্কৰ সমুখত SFI আৰু DYFI ৰ নেতৃত্বত ‘কা’ বিৰোধী আন্দোলন সম্পন্ন হয়। অসমত সাম্প্ৰদায়িক আৰু...
Read moreDetailsপ্ৰায় ডেৰ বছৰজোৰা ‘বাধ্যতামূলক বিৰতি’ৰ অন্তত অৱশেষত খেলপথাৰলৈ প্ৰত্যাৱৰ্তন ঘটাবলৈ সাজু হৈছে তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্ট। আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত...
Read moreDetailsসোমবাৰে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে প্ৰতিবাদ। কিন্তু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd