শীর্ষ সংবাদ

হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কটাক্ষ আম আদমি পাৰ্টীৰ

বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্ৰদায়িক দল। দুয়োটা দলেই সাম্প্ৰদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্ৰদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে।...

Read moreDetails

মোডীৰ ৱাশ্বিং পাউদাৰত চাফা হ’ল সাৰদা চিট ফাণ্ড কেলেংকাৰীৰ নায়ক হিমন্ত বিশ্ব শৰ্মাৰ নাম!

মঙলবাৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তীব্ৰ বাক্যবাণেৰে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোডীক সমালোচনা কৰে। ভূপেশ বাঘেলে কয়  যে মোডীৰ...

Read moreDetails

মদ্যপানে সঁচাকৈয়ে হ্ৰাস কৰে নেকি শুক্ৰাণুৰ সংখ্যা? জানিবলৈ পঢ়ক ..

আমাৰ দৈনন্দিন খাদ্যাভ্যাস বা জীৱনশৈলীৰ লগত সুস্থ শৰীৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপুনি কি খায় আৰু...

Read moreDetails

 মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে বায়ু প্ৰদূষণে হ্ৰাস কৰিব পাৰে মগজুৰ কাৰ্য্যক্ষমতা 

অতিপাত মাত্ৰাত উপনীত হৈছে দিল্লীৰ বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ বাবে এক প্ৰকাৰে ব্যাহত হৈ পৰিছে দিল্লীৰ জনজীৱন। দিল্লীত হোৱা এই...

Read moreDetails

ৰাজ্যপালসকল ৰাইজৰ প্ৰতিনিধি নহয়, বিধানসভাত গৃহীত সিদ্ধান্তক জবাবদিহি শোভা নাপায়: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে ৰাজ্যপালসকলক সোঁৱৰাই দিয়ে যে তেওঁলোক জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি নহয় আৰু বিধানসভাই গৃহীত সিদ্ধান্তক জবাবদিহি কৰাটো শোভা নাপায়। উচ্চতম...

Read moreDetails

তথ্য গাপ দিয়াৰ প্ৰয়াস! জল ব্যৱস্থাপনাৰ মূল প্ৰতিবেদন বন্ধ কৰাৰ কথা চিন্তা কৰিছে নিটি আয়োগে

২০১৮ চনৰ জুন মাহত প্ৰথম প্ৰকাশিত ‘কম্পোজিট ৱাটাৰ মেনেজমেণ্ট ইনডেক্স’ (CWMI)ত ২৮টা মাপকাঠীৰ ভিত্তিত জল ব্যৱস্থাপনাৰ কাৰ্যকাৰিতাৰ ক্ষেত্ৰত ৰাজ্যসমূহক স্থান...

Read moreDetails

ৰে’লযোগে ভূটান যোৱাৰ বাট মুকলি! শীঘ্ৰেই আৰম্ভ হ’ব জৰীপৰ কাম, ৰজা ৱাংচুকৰ সন্মতি

শেহতীয়াকৈ ভূটানৰ ৰজা জিগমি খেছাৰ নামগয়াল ৱাংচুক ভাৰত ভ্ৰমণলৈ আহিছে। সোমবাৰে দিল্লীত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি বৈঠকত মিলিত...

Read moreDetails

আজি মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ; শচীনৰ পৰামৰ্শৰ পিছত আৰু উজ্জীৱিত হৈ পৰিছে আফগানিস্তান, ভাইৰেল ভিডিঅ’

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীন টেণ্ডুলকাৰে যথেষ্ট সফলতা লাভ কৰিছে। ফলত এদিনীয়া বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে তেওঁৰ পৰামৰ্শ লাভ কৰি আফগানিস্তানৰ ক্ৰিকেটাৰসকলে...

Read moreDetails

বাংলাদেশ জিকিল, ক্ৰিকেট হাৰিল! মেথিউছৰ টাইম আউটক লৈ সৰৱ ক্ৰিকেট জগত

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইবাৰ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ‘টাইম আউট’ৰ ঘটনা। যদিও আউট বিধিগত আছিল, তথাপিও ইয়াৰ আগতে কেতিয়াও বেটছমেনৰ টাইম...

Read moreDetails

মিজোৰাম আৰু ছত্তীশগড়ত বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ; ছত্তীশগড়ত বিস্ফোৰণত আহত জোৱান

ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে আজি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। মঙলবাৰে পুৱাৰে পৰা ছত্তীশগড়ত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।...

Read moreDetails
Page 1846 of 5933 1 1,845 1,846 1,847 5,933

Stay Connected

Recent News