কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই দেওবাৰে দাবী কৰে যে ২০২৪ চনত বিজেপিয়ে সকলো বিদেশীক (ফিৰিংগী) বাংলাদেশলৈ প্ৰেৰণ কৰিব। বিহাৰৰ পাটনাৰ...
Read moreDetailsছাশাৰ পিছত এইবাৰ উদয়। দক্ষিণ আফ্ৰিকাৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা আন এটা চিতা বাঘৰ মৃত্যু হৈছে। মধ্যপ্ৰদেশৰ বন বিভাগে...
Read moreDetailsচলিত আইপিএলৰ এখন অতি প্ৰতীক্ষিত যুঁজৰ মধ্যমণি হৈ পৰিল ধোনী। দেওবাৰে সমগ্ৰ ইডেন গাৰ্ডেনৰ দৰ্শক যেন ধোনীৰ ‘আকৰ্ষণ’ৰ প্ৰতি মোহাৱিষ্ট...
Read moreDetailsআচাৰ্য চাণক্যই নৈতিকতাত ধন সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নীতি দাঙি ধৰিছিল। প্ৰতিজন মানুহৰ জীৱনত ধনৰ বিশেষ গুৰুত্ব আছে। টকাৰে তেওঁ নিজৰ...
Read moreDetailsদিল্লীৰ যন্তৰ-মন্তৰত পুনৰ সমবেত হৈছে দেশৰ তাৰকা মল্লযুঁজাৰুসকল। অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়া আৰু সাক্ষী মালিক আৰু কমনৱেলথ গেমছৰ পদক...
Read moreDetailsউত্তৰাখণ্ডৰ কেদাৰনাথত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। এগৰাকী চৰকাৰী বিষয়াই হেলিকপ্টাৰৰ ভিতৰৰ পৰা শৰীৰ উলিয়াই চেলফি তুলিবলৈ চেষ্টা কৰাৰ...
Read moreDetailsকৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ১৬দিন বাকী। নিৰ্বাচনৰ তিনি দিনৰ পাছতেই ঘোষণা কৰা হ’ব ফলাফল। অৰ্থাৎ কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ...
Read moreDetailsদৰ্শকক মনোৰঞ্জন দিয়াৰ নামত বলিউডৰ ‘মছলাধৰ্মী’ চিনেমাত প্ৰায়ে যৌন উত্তেজনামূলক দৃশ্যৰ পয়োভৰ দেখা যায়। চুম্বন বা ‘বিশেষ ঘনিষ্ঠ’ মুহূৰ্তৰ দৃশ্য...
Read moreDetailsগৃহ নিৰ্মাণ আৰু গৃহসজ্জাৰ সৈতে জড়িত বিশ্বাসবোৰৰ ভিতৰত বাস্তুশাস্ত্ৰই গোটেই বিশ্বৰ মানুহৰ ওচৰত গুৰুত্ব লাভ কৰি আহিছে। এই শাস্ত্ৰৰ বিচাৰত...
Read moreDetailsমাজতে ৮১ বছৰ পাৰ হৈ গ’ল। দ্বিতীয় বিশ্বযুদ্ধত হেৰাই যোৱা আপোনজনৰ কোনো লেখ-জোখ নাই। খবৰৰ বাবে অপেক্ষা কৰি থকা বহুতেই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd