শীর্ষ সংবাদ

দলীয় কাৰ্যালয় নিৰ্মাণৰ বাবে বিদ্যালয়ৰ ভূমি অধিগ্ৰহণ কৰিছে বিজেপিয়ে! অভিযোগ কেজৰিৱালৰ

কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপ মুৰব্বীগৰাকীৰ অভিযোগ মতে, বিজেপিয়ে...

Read moreDetails

জম্মু-কাশ্মীৰত অঘটন: কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ বাহনত ট্ৰাকৰ খুন্দা

জম্মু-কাশ্মীৰত এক অনাকাংক্ষিত দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু। আজি এখন ট্ৰাকে খুন্দা মাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাহনত।...

Read moreDetails

‘লেতেৰা কাপোৰ’ পিন্ধা যুৱতী শূৰ্পনাখাৰ দৰে! বিজেপি নেতাৰ উদ্ভট মন্তব্য

চূড়ান্ত নাৰী বিদ্বেষী মন্তব্যৰে পুনৰ এবাৰ চৰ্চালৈ আহিছে দেশৰ শাসকীয় বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ নেতা। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে...

Read moreDetails

মহানগৰীত আটক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী: ভুৱা পাছপ’ৰ্ট উদ্ধাৰ

গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে আটক কৰিছে এগৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক। আজি পল্টন বজাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে বাংলাদেশী নাগৰিকজনক।...

Read moreDetails

তদন্তত গাফিলতি! ১১ গৰাকী জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণত অভিযুক্ত ২১ আৰক্ষীক দোষমুক্ত

২০০৭ চনত অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাত ২১ গৰাকী আৰক্ষীৰ বিৰুদ্ধে জিলাখনৰ এখন গাঁৱত ১১ গৰাকী কন্ধ জনজাতীয় মহিলাক...

Read moreDetails

বৰপেটাত সক্ৰিয় ৰূপত PFI! মৌলবাদী শক্তিৰে জড়িত ৩ নেতাক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

নিষিদ্ধ ঘোষিত ইছলামিক সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া, চমুকৈ PFI সক্ৰিয় হৈ আছে বৰপেটাত! বৰপেটা আৰক্ষীয়ে আজি বৰপেটা ৰোডৰ পৰা...

Read moreDetails

অসমত ছুখয় যুদ্ধ বিমানত উৰি ইতিহাস ৰচিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

দেশৰ তৃতীয় ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে আজি বায়ুসেনাৰ যুঁজাৰু বিমানেৰে উৰা মাৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ইতিহাসত...

Read moreDetails

থানাত পঞ্চাশজনীয়া দলৰ আক্ৰমণ; লক-আপ ভাঙি উলিয়াই নিলে তিনি কুখ্যাত ডকাইতক (চাওক ভিডিঅ’)

পঞ্চাশজনীয়া লোকৰ এটা উন্মত্ত দলে থানাত আক্ৰমণ কৰে। আৰক্ষী কৰ্মীক প্ৰহাৰ কৰি তিনিজন কুখ্যাত ডকাইতক থানাৰ পৰা উলিয়াই নিলে! মধ্যপ্ৰদেশৰ...

Read moreDetails

সংকটত শাৰদ পাৱাৰৰ এন চি পি? দলীয় কাৰ্যসূচীত নাই ভতিজাক অজিত! খবৰ নাই ৭ জন বিধায়কৰ

শিৱসেনাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত এন চি পিত ভাঙোন আনিব পাৰে বিজেপিয়ে। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰৰ...

Read moreDetails

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত : কমলাক্ষ দে পুৰুকায়স্থকে ধৰি তিনি বিধায়কৰ পদত্যাগ

পুনৰ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত হানিলে তিনি বিধায়কে। এফালে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমশঃ শক্তিশালী হৈ গৈ থকাৰ বিপৰীতে অসম তথা...

Read moreDetails
Page 2176 of 5947 1 2,175 2,176 2,177 5,947

Stay Connected

Recent News