শীর্ষ সংবাদ

নগাঁৱত গঁড়ৰ খৰ্গৰ সৈতে তিনিজনক গ্ৰেপ্তাৰ

গঁড়ৰ খৰ্গৰ অবৈধ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে  নগাঁও আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এটা দলে অসমৰ নগাঁৱৰ...

Read moreDetails

নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

ৰাহুল গান্ধীয়ে অৱশেষত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তেওঁৰ নীৰৱতা ভংগ কৰিছে। শুকুৰবাৰে সন্ধিয়া ৫.২৭ বজাত তেওঁ এটা  টুইট কৰে।...

Read moreDetails

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ সাংসদ তথা বিৰোধী নেতা ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ পিছতে সৰৱ হৈ পৰিছে প্ৰিয়ংকা গান্ধী। এলানি টুইটত প্ৰিয়ংকাই যথেষ্ট...

Read moreDetails

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ বৃহস্পতিবাৰে ব্লক ইনক (পূৰ্বতে স্কোৱেৰ ইনক)ৰ ওপৰত ইয়াৰ ব্যৱহাৰকাৰীৰ আধাৰ বৃদ্ধি কৰা আৰু...

Read moreDetails

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকক সাংবাদিকতাৰ সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছিল। বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বিভিন্ন শাখাৰ অধীনত সাংবাদিকতাত...

Read moreDetails

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

প্ৰত্যাশিতভাৱেই আজি লোকসভাৰ সদস্য পদ হেৰুৱাবলগীয়া হ'ব কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা ৰাহুল গান্ধীয়ে। চাৰি বছৰ পুৰণি মানহানিৰ গোচৰত বৃহস্পতিবাৰে কংগ্ৰেছ নেতাগৰাকীক...

Read moreDetails

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইদিনা ৰাজ্যসভাত কৈছিল, "ৰামায়ণ ধাৰাবাহিকৰ পিছত মই আপোনাৰ সৌজন্যত শূৰ্পনাখাৰ দৰে এনে হাঁহি শুনিবলৈ পালো। লক্ষ্য আছিল...

Read moreDetails

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

শাসকীয় বিজেপি চৰকাৰে কেন্দ্ৰীয় স্বতন্ত্ৰ তদন্তকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দেশৰ চৈধ্যটা বিৰোধী দল।...

Read moreDetails

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

বলীউডৰ অভিনেতা ছলমান খানক হত্যাৰ ভাবুকিৰে প্ৰেৰণ কৰা ই-মেইল আইডিৰ সৈতে সংলগ্ন আছে ব্ৰিটেনৰ এক মোবাইল নম্বৰ। গোচৰৰ তদন্ত কৰি...

Read moreDetails

ৰাহুল গান্ধীৰ কেম্ব্ৰিজ ভাষণ: বিজেপি নেতাৰ আবেদন খাৰিজ আদালতৰ

বিগত মাহত লণ্ডন ভ্ৰমণৰ সময়ত বিশ্বৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাষণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া...

Read moreDetails
Page 2195 of 5947 1 2,194 2,195 2,196 5,947

Stay Connected

Recent News