শীর্ষ সংবাদ

নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰামচন্দ্ৰ পৌডেল

নেপালী কংগ্ৰেছৰ নেতা ৰামচন্দ্ৰ পৌডেল নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। নেপালৰ ইতিহাসত এইদৰে তৃতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় পৌডেল।...

Read moreDetails

কাৰামুক্ত হোৱাৰ আশাভংগ! এইবাৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিলে চিছ’দিয়াক

কাৰামুক্ত হোৱাৰ পথত আন এক বাধাৰ সম্মুখীন হৈছে আপ নেতা মনীষ চিছ’দিয়া। এইবাৰ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ হেঙাৰ হৈছে আন এক...

Read moreDetails

তিনিচুকীয়া-ধুবুৰী সংযোগী পথত সপ্তাহত তিনিদিনকৈ চলিব বিশেষ ৰে’ল: ঘোষণা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

চলিত মাহৰ পৰা অসমৰ দুই সীমান্ত জিলা তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত আৰম্ভ হ'ব বিশেষ ৰে’ল সেৱা। জিলা দুখনৰ মাজত সপ্তাহত...

Read moreDetails

মটেৰাত ভাৰতীয় বলাৰৰ ছন্দপতন: খাৱাজাৰ শতকেৰে প্ৰথম দিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া

প্ৰথম দুখন টেষ্টত আত্মসমৰ্পণৰ পিছত যেন হেৰুওৱা শক্তি ক্ৰমাৎ ঘূৰাই পাইছে অষ্ট্ৰেলিয়াই! তৃতীয় টেষ্টত চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে সহজ বিজয় সাব্যস্ত কৰি...

Read moreDetails

সোণৰ চোৰাং সৰবৰাহত জড়িত বিমান কেবিন ক্ৰু: প্ৰায় ১.৫ কিলোগ্ৰাম সোণসহ গ্ৰেপ্তাৰ

কোচি বিমানবন্দৰত সোণৰ চোৰাং সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এয়াৰ ইণ্ডিয়াৰ এগৰাকী কেবিন ক্ৰু। ধৃত কৰ্মচাৰী গৰাকীৰ পৰা শুল্ক...

Read moreDetails

বঙাইগাঁৱত হোলীৰ আনন্দোল্লাসৰ মাজতে চাঞ্চল্যকৰ কাণ্ড: যুৱকৰ দাৰ ঘাপত এগৰাকীৰ মৃত্যু

ৰাজ্যজুৰি বিগত দুদিন ধৰি উদযাপন কৰা হ'ল ফল্গুৎসৱ। পিছে এই আনন্দোল্লাসৰ মাজতে বঙাইগাঁও জিলাত হোলী উদযাপনৰ সময়ত মন্দিৰ চৌহদত এগৰাকী...

Read moreDetails

কিয় ধ্বংস কৰি দিয়া হ’ল মহাকাশৰ পৰা ১২ বছৰে ISRO ক তথ্য প্ৰদান কৰি অহা কৃত্ৰিম উপগ্ৰহ ?

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ক অবিৰতভাৱে মহাকাশৰ পৰা যোৱা ১২ বছৰে তথ্য প্ৰদান কৰি আহিছিল মেঘ ট্ৰপিকছ-১ (এম টি-১)...

Read moreDetails

বিজেপি-সিন্দে গোটক প্ৰত্যাহ্বানৰ যো-জা: মহাৰাষ্ট্ৰত যৌথ সমাৱেশ অনুষ্ঠিত কৰিব মহা বিকাশ আঘাৰীয়ে

শিৱসেনাৰ সিন্দে গোটৰ বিসম্বাদ আৰু বিজেপিৰ কূটনৈতিক ৰাজনীতিৰ পৰিণতিত ক্ষমতা হেৰুওৱা মহাৰাষ্ট্ৰৰ পূৰ্বৰ শাসকীয় মিত্ৰজোঁট মহা বিকাশ আঘাৰীয়ে বিজেপি আৰু...

Read moreDetails

ৰাজ্যসভাৰ অধীনস্থ পেনেলত উপ-ৰাষ্ট্ৰপতিৰ ব্যক্তিগত কৰ্মচাৰী: উদ্ভট পদক্ষেপ আখ্যা বিৰোধীৰ

পৰম্পৰা ভংগ কৰি ৰাজ্যসভাৰ অধীনস্থ বিভিন্ন গৃহ সমিতিত নিজৰ প্ৰায় আঠগৰাকী কৰ্মচাৰীক নিযুক্তি দিছে উপ-ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ অধ্যক্ষ জগদীপ...

Read moreDetails

বিহাৰত অঘটন: প্ৰশিক্ষণৰত সেনাৰ মৰ্টাৰে প্ৰাণ ল’লে তিনি গাঁওবাসীৰ, গুৰুতৰভাৱে আহত তিনিগৰাকী

বিহাৰৰ গয়া জিলাত আজি পুৱতি নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গয়াস্থিত ভাৰতীয় সেনাৰ শিবিৰত সেনাৰ প্ৰশিক্ষণৰ সময়ত বিস্ফোৰণ ঘটোৱা...

Read moreDetails
Page 2216 of 5947 1 2,215 2,216 2,217 5,947

Stay Connected

Recent News