শীর্ষ সংবাদ

ৰাজ্যসভাৰ অধীনস্থ পেনেলত উপ-ৰাষ্ট্ৰপতিৰ ব্যক্তিগত কৰ্মচাৰী: উদ্ভট পদক্ষেপ আখ্যা বিৰোধীৰ

পৰম্পৰা ভংগ কৰি ৰাজ্যসভাৰ অধীনস্থ বিভিন্ন গৃহ সমিতিত নিজৰ প্ৰায় আঠগৰাকী কৰ্মচাৰীক নিযুক্তি দিছে উপ-ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ অধ্যক্ষ জগদীপ...

Read moreDetails

বিহাৰত অঘটন: প্ৰশিক্ষণৰত সেনাৰ মৰ্টাৰে প্ৰাণ ল’লে তিনি গাঁওবাসীৰ, গুৰুতৰভাৱে আহত তিনিগৰাকী

বিহাৰৰ গয়া জিলাত আজি পুৱতি নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গয়াস্থিত ভাৰতীয় সেনাৰ শিবিৰত সেনাৰ প্ৰশিক্ষণৰ সময়ত বিস্ফোৰণ ঘটোৱা...

Read moreDetails

যুদ্ধ আৰু সংঘাতৰ প্ৰথম বলি নাৰী : ৰাষ্ট্ৰসংঘ

যুদ্ধ আৰু সংঘাতৰ প্ৰথম বলি নাৰী। কিন্তু কূটনৈতিক প্রক্রিয়াত মহিলাৰ প্রতিনিধিত্ব এতিয়াও অতি কম। মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই কথা...

Read moreDetails

আফগানিস্তানলৈ পুনৰ ২০ হাজাৰ মেট্ৰিক টন ঘেঁহু সাহায্য ভাৰতৰ

তালিবান শাসিত আফগানিস্তানলৈ পুনৰ সাহায্য হিচাপে ২০ হাজাৰ মেট্ৰিক টন প্ৰেৰণ কৰিব ভাৰতে। মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-মধ্য এছিয়াৰ যুটীয়া...

Read moreDetails

পাকিস্তানী এজেণ্টক মোবাইল চিম কাৰ্ড যোগান ধৰাৰ অভিযোগ: নগাঁও-মৰিগাঁৱত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ

পাকিস্তানী এজেণ্টক মোবাইল চিম কাৰ্ড যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত...

Read moreDetails

হত্যাৰ ষড়যন্ত্ৰ! হত্যাকাৰীৰ সৈতে একেলগে ৰখা কাৰাৰুদ্ধ ছিছ’দিয়াক : আপ

বুধবাৰে আপ নেতা সৌৰভ ভৰদ্বাজে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আপ নেতাগৰাকীৰ দাবী যে দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ...

Read moreDetails

মুখ্যমন্ত্ৰী মাণিক সাহাৰ শপত গ্ৰহণ, উপস্থিত থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বুধবাৰে মাণিক সাহাই পুনৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগত আৰু আঠগৰাকী মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ...

Read moreDetails

এইবাৰ বিজেপিৰ লক্ষ্য তেলেংগানা! মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যালৈ চমন ইডিৰ

তদন্তকাৰী সংস্থা ইডিয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে. কবিতাক দিল্লী আবকাৰী নীতিৰ অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত...

Read moreDetails

লক্ষ্য ২০২৪! বিজেপিৰ ব্লুপ্ৰিণ্ট সাজু, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ১০০ ৰেলী

দেশৰ যিবোৰ ৰাজ্যত বিজেপিৰ দলীয় স্থিতি দুৰ্বল সেইবোৰ ৰাজ্যত দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে এক অভিলাষী প্ৰকল্পৰ। এনে...

Read moreDetails

পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা শিক্ষাৰ্থীৰ ওপৰত ইছলামিক সংগঠনৰ আক্ৰমণ

পাকিস্তানৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছে এটা ইছলামিক সংগঠনে। এই আক্ৰমণত ১৫ গৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আহত হৈছে।...

Read moreDetails
Page 2217 of 5948 1 2,216 2,217 2,218 5,948

Stay Connected

Recent News