• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আফগানিস্তানলৈ পুনৰ ২০ হাজাৰ মেট্ৰিক টন ঘেঁহু সাহায্য ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2023 5:46 pm
India Supply Wheat to Afghanistan
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তালিবান শাসিত আফগানিস্তানলৈ পুনৰ সাহায্য হিচাপে ২০ হাজাৰ মেট্ৰিক টন প্ৰেৰণ কৰিব ভাৰতে। মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-মধ্য এছিয়াৰ যুটীয়া কৰ্মগোটৰ বৈঠকত এই ঘোষণা কৰা হয়।

এই বৈঠকত ভাৰত, কাজাখস্তান, কিৰ্গিজ ৰিপাব্লিক, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বিশেষ ৰাষ্ট্ৰদূত তথা উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।

Apply Now

আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (UNWFP) ৰ প্ৰতিনিধিয়ে বৈঠকত অংশগ্ৰহণকাৰী প্ৰতিনিধিসকলক বৰ্তমানৰ মানৱীয় পৰিস্থিতি আৰু আগন্তুক বছৰৰ বাবে প্ৰয়োজনীয় সাহায্যৰ বিষয়ে অৱগত কৰে।

বৈঠকৰ পিছতে প্ৰকাশ কৰা এক যৌথ বিবৃতিত ভাৰতে UNWFP- ৰ সৈতে সহযোগ আগবঢ়াই চাবাহাৰ বন্দৰৰ জৰিয়তে আফগানিস্তানক ২০ হাজাৰ মেট্ৰিক টন ঘেঁহুৰ সাহায্য যোগান ধৰাৰ কথা ঘোষণা কৰিছে।

২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তানৰ ক্ষমতা অধিগ্ৰহণ কৰাৰ পাছতে অক্টোবৰ মাহত ভাৰতে পাকিস্তানৰ মাজেৰে স্থলপথেৰে ৫০ হাজাৰ মেট্ৰিক টন ঘেঁহু প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল।

আনুষ্ঠানিক আলোচনাৰ অন্তত সেই বৰ্ষৰে নৱেম্বৰ মাহত পাকিস্তানে ভাৰতৰ প্স্তাৱত সেউজ সংকেত দিয়ে আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় ঘেঁহু কঢ়িয়াই অনা প্ৰথমখন ট্ৰাক পাকিস্তানৰ পথেৰে আফগানিস্তানলৈ যাত্ৰা কৰিছিল।

কিন্তু পাকিস্তানে অনুমতি দিয়া নিৰ্দিষ্ট সময়ত ভাৰতে মাত্ৰ ৪০ হাজাৰ মেট্ৰিক টন ঘেঁহুহে প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ অনুৰোধৰ পিছতো পাকিস্তানে সময়সীমা বৃদ্ধি কৰা নাছিল বুলি প্ৰকাশ পাইছিল।

ইয়াৰ পূৰ্বে ভাৰতে ইৰানৰ চাবাহাৰ বন্দৰ ব্যৱহাৰ কৰি আফগানিস্তানলৈ সাহায্য প্ৰেৰণ কৰিছিল।

কালিৰ বৈঠকত আফগানিস্তানলৈ মানৱীয় সাহায্য অব্যাহত ৰখাৰ সিদ্ধান্তৰ লগতে ভাৰত আৰু মধ্য এছিয়াৰ প্ৰতিনিধিসকলে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু দেশখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ ওপৰতো পুনৰ গুৰুত্ব আৰোপ কৰে।

অংশগ্ৰহণকাৰীসকলে লগতে আফগানিস্তানত শিক্ষাৰ সুবিধাকে ধৰি মহিলা, যুৱতী আৰু সংখ্যালঘু গোটৰ সদস্যসকলৰ সম অধিকাৰ নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd