শীর্ষ সংবাদ

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত পঁচা মাংস: অসুস্থ শিক্ষাৰ্থী

পুনৰ সংবাদ শিৰোনাম দখল কৰিছে মধ্যাহ্ন ভোজনৰ বিতৰ্কই। মধ্যাহ্ন ভোজনৰ নামত ভোজনৰ অনুপযোগী খাদ্য দিয়াৰ অভিযোগত সময়ে সময়ে সৃষ্টি হোৱা...

Read moreDetails

জোকাই লোৱাৰ পৰিণতি: বিডেনৰ ইউক্ৰেইন ভ্ৰমণে বৃদ্ধি কৰিব যুদ্ধৰ গতি? কি প্ৰতিক্ৰিয়া পুটিনৰ!

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন সোমবাৰে ইউক্ৰেইনত উপস্থিত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাগৰাকীয়ে ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কাষত থিয় হৈ ৰাছিয়াক সতৰ্ক কৰি...

Read moreDetails

গুৱাহাটী ডবল মাৰ্ডাৰ: অভিযুক্ত বন্দনাক লৈ অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষী

মহানগৰীত সংঘটিত দুটাকৈ লোমহৰ্ষক, নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। গুৱাহাটীৰ নুনমাটিৰ শিহৰণকাৰী ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে...

Read moreDetails

দেশৰ প্ৰভাৱশালী পৰিয়াল! থাইলেণ্ডৰ ৰাজনৈতিক মঞ্চত ভগ্নীৰ পিছত এইবাৰ থাকচিনৰ কন্যা

কোটিপতি পৰিয়ালৰ উত্তৰাধিকাৰী তেওঁ । থাইলেণ্ডৰ ৰাজনীতিত তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আছে বৃহৎ জনসমৰ্থন। অতীতত তেওঁলোকৰ দলে নিৰ্বাচনত বৃহৎ ব্যৱধানত ক্ষমতালৈ...

Read moreDetails

জো বিডেনৰ যুদ্ধভূমি ইউক্ৰেইনত আচম্বিত ভ্ৰমণ; কেনেকৈ গোপনে ৰখা হৈছিল এই যাত্ৰা?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনক পোলেণ্ডৰ সীমান্তত অতি গোপনীয়ভাৱে ৰে’লযোগে ইউক্ৰেইনলৈ লৈ যোৱা হৈছিল। 'নিউয়ৰ্ক টাইমছ'ৰ বাতৰিত এই কথা প্ৰকাশ...

Read moreDetails

মহিলা অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিলে ছাত্ৰই; সংকটজনক অৱস্থাত ভৰ্তি হাস্পাতালত

মৰ্মান্তিক, জঘণ্য! কোনো বিশেষণেৰেই এই ঘটনাৰ ব্যাখ্যা কৰিব নোৱাৰি। মধ্যপ্ৰদেশৰ ইন্দোৰত ঘটা এই  চাঞ্চল্যকৰ ঘটনাটোত স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ।...

Read moreDetails

‘সংসদে কৰক বিবেচনা’-ছোৱালীৰ বিয়াৰ বয়স ২১ বছৰ বিচৰা আবেদন খাৰিজ কৰি ক’লে উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাৰ বাবে জনোৱা এখন আবেদন খাৰিজ কৰিছে। আদালতৰ মতে সংসদে এই বিষয়টো...

Read moreDetails

বিধ্বস্ত তুৰস্ক-ছিৰিয়াত পুনৰ ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প; দুটাকৈ জোকাৰণিত বিস্তৰ ক্ষতি

পুনৰ এবাৰ তুৰস্ক-ছিৰিয়াত প্ৰকৃতিৰ আঘাত। দেশ দুখনত উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পথত যদিও এতিয়াও চলি আছিল। তাৰ মাজতে সোমবাৰে সন্ধিয়া...

Read moreDetails

নিটি আয়োগৰ নতুন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত বিভিআৰ সুব্ৰহ্মণ্যম

কেন্দ্ৰী চৰকাৰৰ ‘থিংক টেংক’ নিটি আয়োগৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় বাণিজ্য সচিব বিভিআৰ...

Read moreDetails

ডিঙি চেপি নহয়, চলন্ত গাড়ীৰ আগত পেলাইহে নিকিক হত্যাৰ পৰিকল্পনা কৰিছিল চাহিলে!

ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে দিল্লীৰ নৃশংস নিকি যাদৱ হত্যাকাণ্ডৰ। যোৱা মঙলবাৰে নিকিৰ মৃতদেহ এখন ৰেষ্টুৰেণ্টৰ পৰা উদ্ধাৰৰ...

Read moreDetails
Page 2238 of 5948 1 2,237 2,238 2,239 5,948

Stay Connected

Recent News