শীর্ষ সংবাদ

তুৰস্কৰ ভূমিকম্পত নিখোজ ভাৰতীয় নাগৰিকৰ মৃতদেহ উদ্ধাৰ: নিজ গৃহলৈ প্ৰেৰণৰ প্ৰস্তুতি

ভূমিকম্প বিধ্বস্ত তুৰস্কত নিখোজ হৈ থকা ভাৰতীয় নাগৰিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ মৃতদেহ হোটেলত উদ্ধাৰ কৰা হয়। নিহত...

Read moreDetails

পৰীক্ষাকেন্দ্ৰত মোবাইল! শিক্ষিত নিবনুৱাক প্ৰতাৰণাৰ অভিযোগ তুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ জাতীয় যুৱ বাহিনী

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অসম চৰকাৰে পুনৰ প্ৰতাৰণা কৰিছে। স্বাস্থ্য বিভাগত নিযুক্তিৰ নামত আন এক প্রতাৰণা কৰিছে অসম চৰকাৰে৷ এই...

Read moreDetails

উদযাপিত হ’ব গো আলিংগন দিৱস! জনসাধাৰণলৈ আহ্বান গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষৰ

অহা ১৪ ফেব্ৰুৱাৰীত দেশজুৰি ‘গো আলিংগন দিৱস’ উদযাপন কৰিবলৈ আহ্বান জনাই পশু কল্যাণ ব’ৰ্ডে জাৰি কৰা জাননী শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা...

Read moreDetails

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত সন্দীপ মেহতা

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। ন্যায়াধীশ সন্দীপ মেহতাই বিদায়ী...

Read moreDetails

সুস্থ হৈ স্বদেশলৈ উভতিল লালু: অনুৰাগীক পিতৃৰ যত্ন ল’বলৈ আহ্বান লালু কন্যাৰ

দেশৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ অৱশেষত চিকিৎসাৰ পিছত স্বদেশত উপস্থিত হৈছে। যোৱা বৰ্ষৰ...

Read moreDetails

গুৱাহাটীত বন্য হাতীৰ গচকত প্ৰাণ হেৰুৱালে সেনা জোৱানে

বন্য হাতীৰ গচকত গুৱাহাটীত প্ৰাণ হেৰুৱাইছে ভাৰতীয় সেনাৰ এগৰাকী জোৱানে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনীত এই ঘটনা সংঘটিত হৈছে। নিহত জোৱান...

Read moreDetails

পত্নীক হত্যা কৰি নিৰুদ্দেশ হোৱাৰ অভিযোগ স্বামীৰ: অৱশেষত আৰক্ষীৰ জালত

নিজ পত্নীক হত্যা কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে এগৰাকী ব্যক্তি। অভিযুক্ত এই ব্যক্তি গৰাকীয়ে নিজ পত্নীক হত্যা কৰি নিজকে ৰক্ষা...

Read moreDetails

উঁই পোকে কূটি খাই পেলালে বেংকৰ লকাৰত থকা লক্ষাধিক টকা! মূৰে-কপালে হাত গ্ৰাহকৰ

সুনীতা মেহতা নামৰ এগৰাকী গ্ৰাহকে ৰাজস্থানৰ উদয়পুৰত থকা পাঞ্জাৱ নেচনেল বেংকৰ এটা লকাৰত টকাখিনি ৰাখিছিল। শেহতীয়াকৈ তেওঁ বেংকলৈ গৈ তেওঁৰ...

Read moreDetails

ভূমিকম্পত বিধ্বস্ত তুৰস্ক-চিৰিয়াত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ আশংকা ৰাষ্ট্ৰসংঘৰ

এতিয়ালৈকে তুৰস্ক আৰু চিৰিয়াৰ সীমান্তত হোৱা বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ২৮ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত তুৰস্কত ২৪,৬১৭ জন লোকৰ...

Read moreDetails

গুলাব চান্দ কাটাৰিয়া: ৰাজস্থানৰ বিজেপি নেতা অসমৰ নতুন ৰাজ্যপালৰ বিষয়ে জানক সৱিশেষ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে অসমত গুলাব চান্দ কাটাৰিয়াকে ধৰি কেইবাখনো ৰাজ্যৰ বাবে নতুন ৰাজ্যপাল নিযুক্ত কৰে। ৰাজ্যপাল হিচাপে নিযুক্তি ঘোষণা...

Read moreDetails
Page 2252 of 5949 1 2,251 2,252 2,253 5,949

Stay Connected

Recent News