উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুলচন চকত আঅচিনাক্তজি আবেলি উগ্ৰপন্থীৰ আক্ৰমণত দুজন আৰক্ষী নিহত হৈছে। কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক (আইজি) বিজয় কুমাৰে...
Read moreDetailsপ্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সঘনে উচ্চাৰিত হৈ অহা এষাৰি বাক্যই হৈছে 'বেটী বাচাও, বেটী পঢ়াও'। ৰাজকোষৰ কোটি কোটি টকা খৰচ...
Read moreDetailsদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে উগ্ৰ হিন্দুত্ববাদী গোট সমূহৰ সংবিধান বিৰোধী কাৰ্যসূচী। ভাৰতীয় সংবিধানে দেশৰ নাগৰিকক ইচ্ছানুসৰি ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ প্ৰদান...
Read moreDetailsআমেৰিকাৰ সন্মানীয় পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে ভাৰতীয় বংশোদ্ভৱ অধ্যাপক নীলি...
Read moreDetailsওদালগুৰি জিলাৰ টংলা নগৰৰ মঙলদৈ-ভূটিয়াচাং পথত আজি আবেলি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী যুৱকৰ থিতাতে মৃত্যু ঘটে ৷...
Read moreDetailsপূৰ্ব ভাৰতী শৈক্ষিক ট্ৰাষ্টৰ উদ্যোগত পষেক জুৰি টীয়কত অনুষ্ঠিত হোৱা মহিলা সৱলীকৰণ আৰু মানৱ অধিকাৰ সন্দৰ্ভত সজাগতা মূলক কাৰ্যসূচীৰ আজি...
Read moreDetailsবকোৰ ৰাজাপাৰাত আজি আবেলি সংঘটিত হয় এক শোকাৱহ ঘটনা। বন বিভাগৰ গুলিত গুলীবিদ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় দুই বছৰীয়া...
Read moreDetailsআজি ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে। প্ৰতিবছৰে এই দিনটোত ছয় বছৰীয়া অসম...
Read moreDetailsকোলাত এজন শিশু লৈ থকা এজন ব্যক্তিক আৰক্ষীয়ে কৰা নিৰ্মম প্ৰহাৰৰ এটি ভাইৰেল ভিডিঅ’ই খলকনি তুলিছে সামাজিক মাধ্যমত। ভিডিঅ’টোত আক্ৰমণৰ...
Read moreDetails' যেতিয়ালৈ আকাশত জোন-বেলি থাকিব তেতিয়ালৈ অসমৰ হৈ ৰ'ব বিপিন ৰাৱাট' ধ্বনিৰ মাজৰেই পঞ্চভূতত বিলীন হ'ল চিডিএছ বিপিন ৰাৱাট আৰু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd