শীর্ষ সংবাদ

সাৱধান! এইবোৰ বস্তু ভুলতেও গৰম পানীৰে পৰিষ্কাৰ নকৰিব, নহ’লে হ’ব পাৰে আপোনাৰ বিস্তৰ ক্ষতি

সাধাৰণতে লেতেৰা বা দাগ লগা যিকোনো বস্তু চাফা কৰিবলৈ আমি গৰম পানী ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ। বেছিভাগ মানুহৰে ধাৰণা যে...

Read moreDetails

প্ৰসাৰ ভাৰতীৰ নতুন অধ্যক্ষ হিচাপে বিশিষ্ট গীতিকাৰ প্ৰসুন যোশীক নিযুক্তি

ভাৰতৰ জনসেৱা সম্প্ৰচাৰক প্ৰসাৰ ভাৰতীৰ নতুন অধ্যক্ষ হিচাপে বিশিষ্ট গীতিকাৰ, সাহিত্যিক তথা যোগাযোগ বিশেষজ্ঞ প্ৰসুন যোশীক নিযুক্তি দিয়া হৈছে। শনিবাৰে,...

Read moreDetails

নিৰ্বাচনী ফলাফলৰ প্ৰাকক্ষণত গুৱাহাটীত যান-বাহন আৰু সমাৱেশৰ ওপৰত প্ৰশাসনৰ বাধা-নিষেধ আৰোপ

অহা ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে গুৱাহাটীৰ ভোটগণনা...

Read moreDetails

টকা নিগনিয়ে খাই পেলালে! প্ৰমাণ নোহোৱাৰ বাবে উৎকোচৰ গোচৰত জামিন পালে চৰকাৰী বিষয়াই

নিগনিয়ে কি নাখায়? জব্দ কৰা মদ আৰু গাঞ্জাৰ পৰা আৰম্ভ কৰি এতিয়া প্ৰকৃত নগদ ধনলৈকে নিগনিৰ পৰা একোৱেই সাৰি যোৱা...

Read moreDetails

এআইৰ বাবে বহু চাকৰি নাইকিয়া হ’ব, কিন্তু নতুন সুযোগো আহিব: দাবী চেম অল্টমেনৰ

কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ বাবে চাকৰি হেৰুওৱাৰ আশংকাক লৈ চলি থকা বিতৰ্কৰ মাজতে অ’পেন এআইৰ মুখ্য কাৰ্যবাহী বিষয়া চেম অল্টমেনে...

Read moreDetails

স্নাতক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গুজৰাটৰ বিশ্ববিদ্যালয়ৰ নতুন পাঠ্যক্ৰমত প্ৰধানমন্ত্ৰী মোদীৰ জীৱন দৰ্শন আৰু প্ৰশাসনীয় নীতি

গুজৰাটৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া এক পদক্ষেপে সমগ্ৰ দেশৰ শৈক্ষিক আৰু ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি,...

Read moreDetails

হৰমুজ প্ৰণালী মুকলি কৰাৰ বিনিময়ত শান্তিৰ প্ৰস্তাৱ দিছিল ইৰানে, কিন্তু কিয় মান্তি নহ’ল ট্ৰাম্প?

বিশ্বজুৰি মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ উত্তেজনাই চৰম সীমা স্পৰ্শ কৰাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ পৰা লাভ কৰা এক...

Read moreDetails

শিক্ষাৰ নামত লুণ্ঠন: ‘জয় ভীম মুখ্যমন্ত্ৰী প্ৰতিভা বিকাশ যোজনা’ত ৩৭ কোটি টকাৰ জালিয়াতি

দিল্লী চৰকাৰৰ অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জনপ্ৰিয় ‘জয় ভীম মুখ্যমন্ত্ৰী প্ৰতিভা বিকাশ যোজনা’ত সংঘটিত এক...

Read moreDetails

বংগৰ ভোট গণনাক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত: গণনাৰ মেজত ৰাজ্য চৰকাৰৰ বিষয়াৰ উপস্থিতিক লৈ স্থিতি স্পষ্ট

ভাৰতীয় নিৰ্বাচন আয়োগে আজি উচ্চতম ন্যায়ালয়ক স্পষ্টভাৱে অৱগত কৰে যে পশ্চিম বংগৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ মনোনীত প্ৰতিনিধিসকল...

Read moreDetails

গুৱাহাটীত চাফাই কৰ্মীৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা : অংশ ল’লে স্বচ্ছতা অভিযানত

অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি ২ মে’ তাৰিখে নিজৰ চৰকাৰী আৱাসগৃহৰ সন্মুখত এক স্বচ্ছতা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই...

Read moreDetails
Page 253 of 5931 1 252 253 254 5,931

Stay Connected

Recent News